পৃষ্ঠা:চিন্তা-কলি.djvu/৪৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "চিন্তা-কলি। হুপি লয়, আৰু সেই ৰস ঠাল, ঠেঙুলি, পাত আদ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||চিন্তা-কলি।|৪৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Dhr|1em}}হুপি লয়, আৰু সেই ৰস ঠাল, ঠেঙুলি, পাত আদি গছৰ সকলো অঙ্গলৈকে যায়। এইবােৰ ক্রিয়া কিহৰ বলত হয়? আদিৰ সেই জীৱন-গতিৰ বলত হয়। জীৱন-গতি বস্তুৰ জনমৰপৰা মৰণলৈকে থাকে। এই গতিৰ আবিৰ্ভাৱত জীৱ লাভ হয়, আৰু তিৰােভাৱত জীৱ শেষ হয়, অর্থাৎ জীৱৰ মৰণ হয়, অর্থাৎ বস্তু লয় পায়। সকলো সৃষ্ট বস্তুৰ লয় আছে। মানুহ সৃষ্ট বস্তু, সি মৰে। পশু, পক্ষী সৃষ্ট বস্তু, সিহঁত মৰে। গছ-গছনি সৃষ্ট বস্তু, সিহঁতো মৰে। এইদৰে আন আন যিবােৰ সৃষ্ট বস্তু আছে সকলােৰে মৰণ হয়, অর্থাৎ পৰিবৰ্ত্তন হয়, অর্থাৎ সিহঁতে এটা আকাৰ এৰি আন এটা আকাৰ ধৰে। মৰণ বা লয় এটা পৰিবৰ্ত্তন মাথােন। মৰণত শৰীৰৰ ভিন ভিন বস্তুবােৰ আদি বস্তুত গােট খায় গৈ। প্রতিমা গঢ়োতে খে, আঁহ, মাটি, ৰহণ আদি নানা বস্তু ব্যৱহাৰ কৰা হয়। সেই প্রতিমা পানীত পেলাই দিয়াৰ পাছত কি হয়? মাটিখিনি মাটিৰ লগত লগ লাগে, পানীখিনি পানীৰ লগত লগ লাগে।
চিন্তা-কলি।
খেৰ, বাহ, ৰহণ এইবােৰো মাটি হয়; ইহঁত মাটিৰ আকাৰ বিশেষ মাথােন। বিশেষৰূপে ব্যৱহাৰৰ নিমিত্তে অর্থাৎ বিশেষ এটা কাৰ্য্যত লগাবলৈ সিহঁতক একোটা বিশেষ আকৃতি দিয়া হৈছিল। কাৰ্য্য হৈ গলত সিহঁতৰ সেই আকৃতিৰ প্ৰয়ােজন নেহােৱা হল। খেৰে খেৰৰ কাম কৰি এটালে, বাঁহে বাঁহৰ
হুপি লয়, আৰু সেই ৰস ঠাল, ঠেঙুলি, পাত আদি গছৰ
সকলো অঙ্গলৈকে যায়। এইবােৰ ক্রিয়া কিহৰ বলত হয়?
আদিৰ সেই জীৱন-গতিৰ বলত হয়। জীৱন-গতি বস্তুৰ
জনমৰপৰা মৰণলৈকে থাকে। এই গতিৰ আবিৰ্ভাৱত
জীৱ লাভ হয়, আৰু তিৰােভাৱত জীৱ শেষ হয়, অর্থাৎ
জীৱৰ মৰণ হয়, অর্থাৎ বস্তু লয় পায়। সকলো সৃষ্ট
বস্তুৰ লয় আছে। মানুহ সৃষ্ট বস্তু, সি মৰে। পশু, পক্ষী
সৃষ্ট বস্তু, সিহঁত মৰে। গছ-গছনি সৃষ্ট বস্তু, সিহঁতে
মৰে। এইদৰে আন আন যিবােৰ সৃষ্ট বস্তু আছে সকলােৰে
মণ হয়, অর্থাৎ পৰিবৰ্ত্তন হয়, অর্থাৎ সিহঁতে এটা
আকাৰ এৰি আন এটা আকাৰ ধৰে। মৰণ বা লয় এটা
পৰিবৰ্ত্তন মাথােন। মৰণত শৰীৰৰ ভিন ভিন বস্তুবােৰ
আদি বস্তুত গােট খায় গৈ। প্রতিমা গঢ়োতে খে,
আঁহ, মাটি, ৰহণ আদি নানা বস্তু ব্যৱহাৰ কৰা হয়। সেই
প্রতিমা পানীত পেলাই দিয়াৰ পাছত কি হয়? মাটিখিনি
মাটিৰ লগত লগ লাগে, পানীখিনি পানীৰ লগত লগ লাগে।
খেৰ, বাহ, ৰহণ এইবােৰো মাটি হয়; ইহঁত মাটিৰ আকাৰ
বিশেষ মাথােন। বিশেষৰূপে ব্যৱহাৰৰ নিমিত্তে অর্থাৎ বিশেষ
এটা কাৰ্য্যত লগাবলৈ সিহঁতক একোটা বিশেষ আকৃতি দিয়া
হৈছিল। কাৰ্য হৈ গলত সিহঁতৰ সেই আকৃতিৰ প্ৰয়ােজন
নেহােৱা হল। খেৰে খেৰৰ কাম কৰি এটালে, বাঁহে বাঁহৰ
কাম কৰি এটালে, ৰহণে ৰহণৰ কাম কৰি এটালে। এতিয়া
কাম কৰি এটালে, ৰহণে ৰহণৰ কাম কৰি এটালে। এতিয়া