পৃষ্ঠা:চিন্তা-কলি.djvu/৯৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৩ চিন্তা-কলি। নােৱাৰে। উপজিবৰ দিন ধৰি এই শাস্তি,..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||চিন্তা-কলি|৯৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

১৩
নোৱাৰে। উপজিবৰ দিন ধৰি এই শাস্তি, উপজিবৰ দিন ধৰি
চিন্তা-কলি।
নােৱাৰে। উপজিবৰ দিন ধৰি এই শাস্তি, উপজিবৰ দিন ধৰি
এই ধুমুহা। সাগৰৰ পাৰৰ বালিৰ নিচিনা দিনে নিশায়
এই ধুমুহা। সাগৰৰ পাৰৰ বালিৰ নিচিনা দিনে নিশায়
ঢৌৰ ধুপালনি, মুকলি বকণিৰ গছৰ নিচিনা ধুমুহাৰ
ঢৌৰ ধুপালনি, মুকলি বকৰাণিৰ গছৰ নিচিনা ধুমুহাৰ
মােহাৰণি খাওঁতে খাওঁতে মােৰ জীৱ লালকাল দিলে। জীৱ
মোহাৰণি খাওঁতে খাওঁতে মোৰ জীৱ লালকাল দিলে। জীৱ
যায় যেন পাইছিলোঁ, কিন্তু এনে জীৱ যে সি সেইবােৰ
যায় যেন পাইছিলোঁ, কিন্তু এনে জীৱ যে সি সেইবোৰ
সহিও জীয়াই আছে । এনেকুৱা ধুমুহাত পৰি ককবকাই
সহিও জীয়াই আছে। এনেকুৱা ধুমুহাত পৰি কক্-বকাই
ফুৰাতকৈ ডিঙ্গা বুৰি সাগৰত পৰাও ভাল। সাগৰৰ ঢৌৱে
ফুৰাতকৈ ডিঙ্গা বুৰি সাগৰত পৰাও ভাল। সাগৰৰ ঢৌৱে
হয় একেবাৰে সাং কৰে, নাইবা কোবাই নি তােমাক
হয় একেবাৰে সাং কৰে, নাইবা কোবাই নি তোমাক
পাৰত লগাই দিয়ে। কিন্তু মন-সাগৰৰ ঢৌ তেনে নহয়।
পাৰত লগাই দিয়ে। কিন্তু মন-সাগৰৰ ঢৌ তেনে নহয়।
ই জীউ নামাৰে, পাৰতত লগাই নিদিয়ে, কেৱল অৰপৰা
ই জীউ নামাৰে, পাৰতো লগাই নিদিয়ে, কেৱল অৰপৰা
কোবাই তলৈ নিয়ে, আৰু তৰপৰা কোবাই অলৈ আনে।
কোবাই তলৈ নিয়ে, আৰু তৰপৰা কোবাই অলৈ আনে।
উপজি পৰিবৰপৰ খং খিয়াল, কপট কূéট আদি নিদারুণ
উপজি পৰিবৰপৰ খং খিয়াল, কপট কূৰ্চ্চুট আদি নিদাৰুণ
প্রবৃত্তিবােৰে মনত যে কিমান আসোঁৱাহ আহুকাল, অসুখ
প্ৰবৃত্তিবোৰে মনত যে কিমান আসোঁৱাহ আহুকাল, অসুখ
অশান্তি লগাই আছিল তাৰ লেখ দিবলৈ টান। একোবাৰ
অশান্তি লগাই আছিল তাৰ লেখ দিবলৈ টান। একোবাৰ
ভাবিছিলোঁ, নুপজিলেই ভাল আছিল। কিন্তু ওপজনত মােৰ
ভাবিছিলোঁ, নুপজিলেই ভাল আছিল। কিন্তু ওপজনত মোৰ
হাত নাই। কিয় উপজিলে কব নােৱাৰে। উপজিলোতে
হাত নাই। কিয় উপজিলোঁ কব নোৱাৰোঁ। উপজিলোঁতোঁ
উপজিলোঁৱেই, অকলশৰে ওপজাহেঁতেনো ইমানখিনি অনু-
উপজিলোঁৱেই, অকলশৰে ওপজাহেঁতেনো ইমানখিনি অনু-
শশাচৰ হেতু নাথাকিলহেঁতেন ; মােৰ লগতে আকৌ উপজিল
শোচৰ হেতু নাথাকিলহেঁতেন; মোৰ লগতে আকৌ উপজিল
সেই পিশাচ ছটা। সিহঁত মােৰ লগতে ডাঙ্গৰ দীঘল হল।
সেই পিশাচ ছটা। সিহঁত মোৰ লগতে ডাঙ্গৰ দীঘল হল।
সিহঁতে মােতে শিকিলে, মােতে বিকিলে, মােৰে খায়, মােৰেই
সিহঁতে মোতে শিকিলে, মোতে বিকিলে, মোৰে খায়, মোৰেই
অৰি হয়। লৰাকালত সিহঁতে মােৰ ওপৰত যিমান উদ্বহতি
অৰি হয়। লৰাকালত সিহঁতে মোৰ ওপৰত যিমান উদ্বহতি
কৰিলে সেয়ে জোৰে, ডেকা কালত আকৌ চাৰি গুণে চৰিল।
কৰিলে সেয়ে জোৰে, ডেকা কালত আকৌ চাৰি গুণে চৰিল।