পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ম মাটিয়ে টোপনি, excessive sleep. অৰণা মৰা—কি, গৰুৱে অৰু ই-পক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

২০:০৯, ৫ জুলাই ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ম মাটিয়ে টোপনি, excessive sleep. অৰণা মৰা—কি, গৰুৱে অৰু ই-পকই ফুৰি ধানৰ মৰণা মাৰে। এতেকে, একেটা কাকে অকাই-পাই কৈ থক', to speak the same thing over aid over again. মাউখে উটিলে গুৰি-পৰুৱাৰাে মৰণ নােহােৱা—জি, (মাউখে = এমখা লগ হৈ।) অনেক গুৰি-পৰুৱা লগ হৈ চাঙ্গি পাতি পানীৰ সোঁতত বুৰি নােযােৱাকৈ উটি যাব পাৰে। এটং-এটাকৈ গলে আটাইবিলাক মৰি যায়, কিন্তু লগেৰে ঘােৱাত পৰম্পৰৰ সাহায্যত আটাইবিলাকে নমৰাকৈ থাকিব পাৰে। আন নালাগে, গুৰি-পৰুৱাৰ নিচিনা সৰু ‘স নিঃসহায় প্রাণীও একতাৰ গুণত কাৰ্য্য সিদ্ধি কৰিব পাৰে, এই ভাব বুজাইছে। এতেকে,একতাৰ গুণত দুর্বল মানুহে ক্ষমতাশালী হব পৰা, to become powerful when mited but weu when divided. মাছৰ তেলেৰে মাছ ভজ--কি, সৰিয়হৰ তলত মাছ ভজ হয়। এই মূলত কোৱা হৈছে, যে সৰিয়হৰ তেল খৰচ নকৰি মাছৰ তেলতে অর্থাৎ মাছৰ গাৰপৰা ওলােৱ চর্বিতে মাছ ভাজে। এতেকে,—মুল ধনত হাত নিদিয়াকৈ লাভৰ ওপৰতে কোনাে কাৰ্য কৰা, to launch a business with the extra-money which accrues as profit without spending anything out of the principal. নাজ-তালুত সাপে খুটিলে ধৰণি ধৰিবলৈ ঠাই নােহাৱা-ক্রি, সাতে খুটিলে ধৰণি ধৰি বিষ নমাই ৰখা হয়। কিন্তু যদি মাজ-তালুত খেটে, তেনেহলে ধৰণি ধৰিবলৈ ঠাই নােহােৱাত পৰে। এতেকে-মহা- বিপদত ৰক্ষাৰ উপায় ৰহিত হােৱ, to have absolutely no means of escaping from a momentous calamity. এটি হোৱা—জি, মাটি সােপাৰ নিচিনা লেইসেউ হোৱা, শক্তিৰতি হােৱ আমাৰ হোৱা, to be reduced to nothing to be vanquished, to be utterly helpless. মাটিয়ে গুটিয়ে খনা—ক্রি, (মাটি=বাৰী। ভেটি=বৰ) বাৰী আৰু ঘৰ সমুলি নষ্ট কৰা অর্থাৎ সর্বথা কৰি দেশান্ত , to ruin con- pletely. .