পৃষ্ঠা:চিন্তা-কলি.djvu/১০৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বহুবন্ধী। হুবল্কীৰ পেট এখন কুরুক্ষেত্র। তাত নান..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xx-larger|বহুবল্কী}}}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Xx-larger|ব}}হুবল্কীৰ পেট এখন কুৰুক্ষেত্ৰ। তাত নানা তৰহৰ
বহুবন্ধী।
কথাই তয়াময়া যুঁজ পাতি থাকে, আৰু পেটৰ গৰাকীয়ে
হুবল্কীৰ পেট এখন কুরুক্ষেত্র। তাত নানা তৰহৰ
মুখ মেলি দিলেই সেই এটাইবোৰ কথাই সো-সো কৰে
'কথাই তয়াময়া যুঁজ পাতি থাকে, আৰু পেটৰ গৰাকীয়ে
মুখ মেলি দিলেই সেই এটাইবােৰ কথাই সো-সাে কৰে
বাজলৈ লালী ধৰে। এই লালীত বেয়া ভাল, সৰু বৰ, সঁচা
বাজলৈ লালী ধৰে। এই লালীত বেয়া ভাল, সৰু বৰ, সঁচা
মিছা সকলো বিধৰ কথা থাকে। বহুবীৰ মুখেৰে কথা সেত
মিছা সকলো বিধৰ কথা থাকে। বহুবল্কীৰ মুখেৰে কথা সোঁত
বৈ যায়, আৰু সেই সেতৰ ছেদ-ভেদ নাই। সোতৰ এনে
বৈ যায়, আৰু সেই সোঁতৰ ছেদ-ভেদ নাই। সোঁতৰ এনে
অমূৰ্ত্তক বেগ যে তাৰ কোনাে এটা কথা ধৰি ৰাখিব নােৱাৰি,
অমূৰ্ত্তক বেগ যে তাৰ কোনো এটা কথা ধৰি ৰাখিব নোৱাৰি,
ধৰিলে হাত পুলকি লৰ মাৰে। গতিকে, বহুবন্ধীয়ে মুখ
ধৰিলে হাত পুলকি লৰ মাৰে। গতিকে, বহুবল্কীয়ে মুখ
নজপালে কথা ৰাখিবৰ উপায় নাই। ইমানবােৰ কথা পেটত
নজপালে কথা ৰাখিবৰ উপায় নাই। ইমানবোৰ কথা পেটত
ৰখাও উজু নহয়। বনৰীয়া টোকোৰা ধৰি সজাত বন্দী
ৰখাও উজু নহয়। বনৰীয়া টোকোৰা ধৰি সজাত বন্দী
কৰিলে সিহঁত ওলাবলৈ খৰ-মৰাই থাকে, আৰু সেই খৰ-
কৰিলে সিহঁত ওলাবলৈ খৰ-মৰাই থাকে, আৰু সেই খৰ-
মৰণিত পলকে পলকে সজাত ভূমিচাল হয়। সজা বাঁহৰ
মৰণিত পলকে পলকে সজাত ভূমিচাল হয়। সজা বাঁহৰ
যতন, তাৰ জীৱ নাই, সেই দেখি খৰমৰণিত তাৰ দুখখা নাই,
যতন, তাৰ জীৱ নাই, সেই দেখি খৰমৰণিত তাৰ দুখো নাই,
আমনিও নাই। কিন্তু বহুবন্ধী জীৱ থকা মানুহ, কেৱল
আমনিও নাই। কিন্তু বহুবল্কী জীৱ থকা মানুহ, কেৱল
স্বভাৱৰ দোষত কথাবাহী হয়। তাৰ তেজমঙ্গহৰ শৰীৰ,
স্বভাৱৰ দোষত কথাবাহী হয়। তাৰ তেজমঙ্গহৰ শৰীৰ,
সি কথাৰ খৰমৰণি কিমান সহিব পাৰে। দুই চাৰিটা অত
সি কথাৰ খৰমৰণি কিমান সহিব পাৰে। দুই চাৰিটা অত
তত ওকালি পেলাব পাৰিলেই অলপ সকাহ পায়। সেই দেখি
তত ওকালি পেলাব পাৰিলেই অলপ সকাহ পায়। সেই দেখি
কাচহকীয়ে সুচল পালেই মুখ মেলে, আৰু যেই তাৰ মুখ
কথাচহকীয়ে সুচল পালেই মুখ মেলে, আৰু যেই তাৰ মুখ