পৃষ্ঠা:চিন্তা-কলি.djvu/১০৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "চিন্তা-কলি। ১০১ মেল খায়, তৎক্ষণাৎ কথাবাহিনীৰ ভি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||চিন্তা-কলি|১০১}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

চিন্তা-কলি।
মেল খায়, তৎক্ষণাৎ কথাবাহিনীৰ ভিতৰত ওলাবলৈ উত্থপথপ্ উদাপদুমা লাগি যায়। তেতিয়া সি কোনটোক ধৰি
১০১
ৰাখিব? এইদৰে সি তো আহুকালৰ পৰা সাৰিল, কিন্তু
মেল খায়, তৎক্ষণাৎ কথাবাহিনীৰ ভিতৰত ওলাবলৈ উৎপ-
প, উদাপদুমা লাগি যায়। তেতিয়া সি কোনটোক ধৰি
ৰাখিব? এইদৰে সি তে আহুকালৰ পৰা সাৰিল, কিন্তু
শুনােতাৰ ফালে কেনে? তপত তেলত দিয়া কাৱৈ যেনে।
শুনােতাৰ ফালে কেনে? তপত তেলত দিয়া কাৱৈ যেনে।
বহুবন্ধীৰ পেটৰপৰা ওলাই আহি শুনােতাৰ পেটত কথাবােৰে
বহুবল্কীৰ পেটৰপৰা ওলাই আহি শুনােতাৰ পেটত কথাবােৰে
জুমুৰি পাতে আৰু গিজগিজাবলৈ ধৰে। এনে গিজগিজনি
জুমুৰি পাতে আৰু গিজগিজাবলৈ ধৰে। এনে গিজগিজনি
সহে কোনে? গতিকে শুনােতাৰ ভাগত ধৰফৰণি।
সহে কোনে? গতিকে শুনােতাৰ ভাগত ধৰফৰণি।