পৃষ্ঠা:চিন্তা-কলি.djvu/১০৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অৰিয়া-অৰি। তাৰিয়া-অৰি স্বভাৱৰ ধৰ্ম্ম, ই পশু স্ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{center|{{Xx-larger|অৰিয়া-অৰি।}}}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Xx-larger|অ}}ৰিয়া-অৰি স্বভাৱৰ ধৰ্ম্ম, ই পশু স্বভাৱতে আছে। এটা
অৰিয়া-অৰি।
ঘোঁৰা অকলশৰে চেঁকুৰালে ঘোঁৰাৰ মনত উলাহ নাই,
তাৰিয়া-অৰি স্বভাৱৰ ধৰ্ম্ম, ই পশু স্বভাৱতে আছে। এটা
চেঁকুৰতো তেজ নাই; কিন্তু দুটা একেলগে এৰি দিলে চেঁকুৰ
ঘোঁৰা অকলশৰে ভেঁকুৰালে ঘোঁৰাৰ মনত উলাহ নাই,
ভেঁকুৰতত তেজ নাই; কিন্তু দুটা একেলগে এৰি দিলে ভেঁকুৰ
টান হয়। জীৱ যাওক সিও ভাল, তেওঁ সিটোতকৈ মই
টান হয়। জীৱ যাওক সিও ভাল, তেওঁ সিটোতকৈ মই
আগ বাঢ়িব লাগে, এই ভাবত সিহঁত বলিয়া হয়, আৰু
আগ বাঢ়িব লাগে, এই ভাবত সিহঁত বলিয়া হয়, আৰু
মৰো-জীওঁ-সাে-আধিকৈ লৰে। চাপৰিত চৰি থকা গৰু
মৰোঁ-জীওঁ-সো-আধিকৈ লৰে। চাপৰিত চৰি থকা গৰু
কাষৰেৰে ৰেলগাড়ী লৰি যােৱা দেখি তাৰ লগত লৰি লৰি
কাষৰেৰে ৰেল-গাড়ী লৰি যোৱা দেখি তাৰ লগত লৰি লৰি
প্রাণ দিয়া দেখা গৈছে। গৰুজনীৰ এই আচৰণত আৰিৰ
প্ৰাণ দিয়া দেখা গৈছে। গৰুজনীৰ এই আচৰণত আৰিৰ
ভাব নাই নে? কোনােৱে কয় যে, এনে আচৰণ ভয়ৰ
ভাব নাই নে? কোনোৱে কয় যে, এনে আচৰণ ভয়ৰ
পৰা হব পাৰে। হয়, ভয়ৰপৰা হব পাৰে, কিন্তু গাড়ীৰ ভয়ত
পৰা হব পাৰে। হয়, ভয়ৰপৰা হব পাৰে, কিন্তু গাড়ীৰ ভয়ত
যে নহয়, এই কথা ধুৰুপ। কিয়নো, গৰুজনীয়ে গাড়ীৰ
যে নহয়, এই কথা ধুৰুপ। কিয়নো, গৰুজনীয়ে গাড়ীৰ
১৬ নং শাৰী: ১৫ নং শাৰী:
দৌৰিব পাৰে। কিন্তু দৌৰত গাড়ীতকৈ আগ বাঢ়িব লাগে,
দৌৰিব পাৰে। কিন্তু দৌৰত গাড়ীতকৈ আগ বাঢ়িব লাগে,
এই ভাব মনত থাকে। পশু জীৱনত অৰিয়া-অৰিৰ গুণ কি
এই ভাব মনত থাকে। পশু জীৱনত অৰিয়া-অৰিৰ গুণ কি
তাক ঠাৱৰাবলৈ টান, কিন্তু মানৱজীৱনত গুণ আছে। অৰিয়া-
তাক ঠাৱৰাবলৈ টান, কিন্তু মানৱ-জীৱনত গুণ আছে। অৰিয়া-
অৰি উদগনিৰ এছাৰি। আওকণীয়া লৰাক কথাত কাণ
অৰি উদগনিৰ এছাৰি। আওকণীয়া লৰাক কথাত কাণ