অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৬০ নং শাৰী:
==ষষ্ঠ পৃষ্ঠা==
<!-- ষষ্ঠ পৃষ্ঠা / প্ৰথম শাৰী -->
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;বাজত থকা মানুহে দুটা টানি উলিয়ালে, দুটা তাতে মৰিল । পাচে ৰজাৰ মানুহে খানোঁতে মাটি আকও খহি, এক দোআনিয়া মানুহ পোত গৈচিল, লগৰ মানুহে উলিয়াই আনিলে ।<br>
১২ । গদাধৰ ৰজাৰ মৈদাম অতি ডাঙ্গৰ দেখি খনা মানুহে ভিতৰ সোমাব নোআৰিলে । পাচে ৰজাৰ এস মান মানুহে দু মাহ খানি মৈদাম ফুটাইচে । তিনি কুৰি হাত মান ওখ হৈচে ।<br>
১৩ । প্ৰতাপ সিংহ ৰজাৰ মৈদাম । চাহাব বাৰিতে আচে; ৰজাই খনাইচে ।