অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৬০ নং শাৰী:
==ষষ্ঠ পৃষ্ঠা==
<!-- ষষ্ঠ পৃষ্ঠা / প্ৰথম শাৰী -->
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;বাজত থকা মানুহে দুটা টানি উলিয়ালে, দুটা তাতে মৰিল । পাচে ৰজাৰ মানুহে খানোঁতে মাটি আকও খহি, এক দোআনিয়া মানুহ পোত গৈচিল, লগৰ মানুহে উলিয়াই আনিলে ।<br>
১২ । গদাধৰ ৰজাৰ মৈদাম অতি ডাঙ্গৰ দেখি খনা মানুহে ভিতৰ সোমাব নোআৰিলে । পাচে ৰজাৰ এস মান মানুহে দু মাহ খানি মৈদাম ফুটাইচে । তিনি কুৰি হাত মান ওখ হৈচে ।<br>
১৩ । প্ৰতাপ সিংহ ৰজাৰ মৈদাম । চাহাব বাৰিতে আচে; ৰজাই খনাইচে ।
 
চৰাই দেওত এইবিলাক ৰজাৰ মৈদাম আদি কৰি কুঁঅৰি সকলো বৰ লোকৰ মৈদাম খানি দ্ৰব্য লুট কৰিলে । তাৰ পৰা গৰগাঁও,
---------------<!--দ্বিতীয় শাৰী--------------->
সিৱসাগৰ, চাৰিঙ্গ, জাঁজি, এই সকলতো মৈদাম খানি, কোনো কোনো লোকে দন্দ কৰি কিলা কিলি কৰি এধা মৰা হৈ আচে । সিৱসাগৰত অৰ্জুন বুৰা গোহাঁইৰ মৈদাম খানি ফুটিলত মানুহ এটা সোমাই ওলাব নোআৰি তাতে মৰিল ।
জিবিলাকে আপোনাৰ ধনত মন সন্তোস ন হৈ মৈদামৰ বা অন্য মানুহৰ ধনত লোভ কৰি নিএ, সিবিলাকৰ সেই ধনৰ পৰা লাভ ন হই, কিন্তু অধৰমহে হব ।
আগৰ কালত মিচৰ দেসত ৰজা সকলৰ এনে পকি মৈদাম বন্ধা দস্তুৰ আচিল । সেই মৈদাম তিনি হেজাৰ বচৰতকৈ অধিক হৈচে, তথাপি এতিয়ালৈকে নষ্ট নো হোআকৈ সেই দেসতে আচে । তাৰ এটাৰ নক্‌চা তলত লিখা আচে ।
-------------------------------{{চিত্ৰ}}---------------------------
 
জিবিলাকে আপোনাৰ ধনত মন সন্তোস ন হৈ মৈদামৰ বা অন্য মানুহৰ ধনত লোভ কৰি নিএ, সিবিলাকৰ সেই ধনৰ পৰা লাভ ন হই, কিন্তু অধৰমহে হব ।
--------------------তলৰ অংশ-------------------
 
কানিৰ বিবৰন
আগৰ কালত মিচৰ দেসত ৰজা সকলৰ এনে পকি মৈদাম বন্ধা দস্তুৰ আচিল । সেই মৈদাম তিনি হেজাৰ বচৰতকৈ অধিক হৈচে, তথাপি এতিয়ালৈকে নষ্ট নো হোআকৈ সেই দেসতে আচে । তাৰ এটাৰ নক্‌চা তলত লিখা আচে ।আচে।
Evils of Opium
 
<!--তলৰ অংশ-->
<center>'''কানিৰ বিবৰন''' <br>
Evils of Opium
 
<poem>
অতি মন্দ বস্তু কানি,
:জি খাই বৰ আগিয়ানি,
Line ১৮২ ⟶ ১৮৬:
সি ন হই সংসাৰত গিয়ানি,
:কথাই তাৰ অপ্ৰমানি ।
</poem></center>
------------------------দ্বিতীয় শাৰী-----------------------
 
 
----------------------<!--দ্বিতীয় শাৰী----------------------->
বুধ বাৰ ইং সন ১৮৪৫ ৰ ২৪ ডিচেমব্ৰত বেলি চাৰি ঘৰি বজাৰ সমইত এক জন লোকে সিৱসাগৰৰ গিয়ানৰ সভাত নিবেদন কৰি কলে বোলে, কানি খালে ভাল ন হই, কিয়নো তাক খালে একো লাভ নাই, কেৱল মানুহ নষ্ট হই মাথোন; এই নিমিতে সেই কথাৰ বাদ বিচাৰ হবলৈ সভাপতি প্ৰমুখ্যাত সভাৰ সকলো মানুহৰ আগত বিনই ৰুপে নিবেদন কৰি জনালে ।
 
পিচে সেই কথাতে সভাৰ প্ৰধান লোকে দেসি আৰু বিদেসি জি জি মানুহে সভাত আচিলে, সকলোএ বাদ বিচাৰ কৰি কৰি দেখিলে,
 
==সপ্তম পৃষ্ঠা ==