অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

১৩ নং শাৰী:
 
 
<center>'''জোআ বচৰৰ কথা ।'''<br>
Summary of Events in 1845</center>
 
 
<!-- প্ৰথম পৃষ্ঠা / প্ৰথম শাৰী Page No. 12 -->
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;১৮৪৪ ইং সঁকৰ এক জানোআৰিৰ পৰা এবচৰৰ ভিতৰত ইংলেণ্ড দেসত ঠায়ে ঠায়ে ২৪ - ২০ ০০ ০০০ চিঠি ডাকত পঠোআ হল ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;১৮৮৫ৰ ৭ জানোআৰিত এক নেজাল তৰা কলিকতাত দেখা হৈচিল ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;৯ জানোআৰিত মান দেসৰ পুব ফালে মলমাইন নামেৰে কম্পানিৰ এক বৰ নগৰত জুই লাগি ৮০০ ঘৰ পুৰিলে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মেক্‌চিকো দেসৰ চান্তিয়ানা নামেৰে এক সেনাপতি সেই দেসৰ ৰাজ মেলৰ বিৰোধে ১০ ০০০ সেনাই সৈতে ৰন পতাৰ নিমিতে ১৫ জানুআৰিত তাক ধৰি দেসান্তৰ কৰিলে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;৪ ফেব্ৰোআৰিত লণ্ডন ৰাজ নগৰত স্ৰী বীমতি মহা ৰানিএ ৰাজ মেল পাতিলে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;১৩ ফেব্ৰোআৰিত কলিকতা নগৰত জুই লাগি অনেক ঘৰ পুৰিলে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;৫ হাত বহল, ৩৬ হাত দিঘল, এনে বৰ দুৰ্বিন ৰচ নামেৰে এজন লৰ্ড সাহাবে সাজি ৫ মাৰ্চত প্ৰথমে তাক তুলি আকাসলৈ চাই, জোন তৰা আদি কৰি অতি ভাল ৰুপে দেখিলে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;জিউতৰা দেসৰ পৰা জি কোনো বাপু লোকে লঙ্কাত গৌতমা অৰ্থাত বোধ দেৱতাক সেৱা কৰিবলৈ গৈছিল, সিবিলাকৰ আগত এক দাঃত গৌতমাৰ দাঁত বুলি লঙ্কাৰ বাপুএ ১৫ মাৰ্চত দৰ্সন কৰালে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;৫ হাত বহল, ৩৬ হাত দিঘল, এনে বৰ দুৰ্বিন ৰচ নামেৰে এজন লৰ্ড সাহাবে সাজি ৫ মাৰ্চত প্ৰথমে তাক তুলি আকাসলৈ চাই, জোন তৰা আদি কৰি অতি ভাল ৰুপে দেখিলে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;জিউতৰা দেসৰ পৰা জি কোনো বাপু লোকে লঙ্কাত গৌতমা অৰ্থাত বোধ দেৱতাক সেৱা কৰিবলৈ গৈছিল, সিবিলাকৰ আগত এক দাঃত গৌতমাৰ দাঁত বুলি লঙ্কাৰ বাপুএ ১৫ মাৰ্চত দৰ্সন কৰালে ।
 
<!-- প্ৰথম পৃষ্ঠা / দ্বিতীয় শাৰী -->
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;চুইচ দেসৰ মানুহৰ ভিতৰত কাঁজিয়া লাগি ৰন কৰি, মাৰ্চৰ সেস এপ্ৰেলৰ প্ৰথম দুই দিনত দুই তিনি হেজাৰ মান মানুহ মৰিল ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;এ এপ্ৰেলত মেক্‌চিকো নগৰত বৰ ভুঁইকঁপ গল, তাতে নাম ঘৰৰ মঠ আৰু আন আন পকি ঘৰো এনেক ভাগি পৰিল ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;১১ এপ্ৰেলত আমেৰিকা মিল বেসৰ পিত্‌চ-বৰ্গ নামেৰে এক নগৰত জুই লাগি ১২০০ ঘৰ পুৰিলে । ঘৰ বস্তু এন্দাজেৰে ২ ৪০ ০০ ০০০ টকা হানি হল ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;গ্ৰেট ব্ৰিটেন নামেৰে লোহাৰ এখান নতুন বৰ জাহাজ ৰাজ নগৰত ২২ এপ্ৰেলত মহা ৰানিএ চাবলৈ গল । সেই জাহাজ ২১৫ হাত দিঘল, জি ভাপৰ কল লগোৱা হৈচে, তাৰ ১০০০ ঘোৰাৰ সমান বল হই।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কাবুল কান্ধাৰৰ উতৰ বোখাৰা দেসৰ ৰজাই ফু জন সাহাবক ধৰি ৰাখিচে বুলি সুনি, উলফ নামেৰে এক ইংৰেজি পাদুৰি সাহাবে আগৰ বচৰত তালৈ গৈ ৰজাই সেই দুই সাহাবক মৰা জানি, উভতি আহি এপ্ৰেল মাহত ইংলেণ্ড দেস পালেহি ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ৰুচিয়া দেসৰ ৰজাই চৰ্কাচি দেসৰ পৰ্বতৰ লোকে সৈতে ৰন কৰিবলৈ ১ ৫০ ০০০ সেনা পাঁচিলে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ইংলেণ্ড দেসৰ য়াৰ্মত নগৰত এক বাজিকৰে তামোচাৰে নিমিতে এটা চৰিয়া নৈত পেলাই, টানিবলৈ ৪ ৰাজ হাঁহ লগাই, পাচে চৰিয়াত উঠি
 
==দ্বিতীয় পৃষ্ঠা==