অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

২৬ নং শাৰী:
 
==দ্বিতীয় পৃষ্ঠা==
<-!-- দ্বিতীয় পৃষ্ঠা / প্ৰথম শাৰী -->
নৈত উজাই গল । ওচৰত থকা সাঁকো এটাত ৪ এটাত ৪ । ৫ স মানুহে ৰঙ্গ চাবলৈ উঠিলত সাঁকো ভাগি গল, সকলো মানুহ পানিত পৰি ১০০ মৰিল। সেই দিনৰ তাৰিখ ২ মেই ।
বঙ্গাল হিন্দুস্ধান দেসত ধঁআৰ ৰথ জোআ ৰেলৰদ পাতিবলৈ অনেক মানুহে নিবেদন কৰাত ইংলেণ্ডত থকা শ্ৰীজুক্ত কম্পানি বাহাদুৰে তৰ উপাই নিমিতে সেই দেসাধিপতি গবৰনৰ জেনেৰেল চেৰ হেনৰি হাৰ্ডিঙ্গলৈ মেই মাহৰ ৭ তাৰিখত চিঠি লিখি দিলে । সেই কথা সিধি হলে এই দেসৰ মানুহে আন দেসি লোকৰ নিচিনা স্ৰম নোহোআকৈ অতি বেগেৰৈ অহা জোআ কৰি অনেক লাভ পাব । ইংলেণ্ড আদি কৰি মানুহ থকা দুখান, গৰু মেৰ চাগ থকা দুখান, মুঠে সাত খান ৰথ একে ভাপ কলেৰে টানি নিয়া হৈচে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;নুজিলণ্ড মাজুলিত এংৰেজি লোকে জি নগৰত বাস কৰে, তাতে আদিবাসি আবৰ লোকে মেই মাহৰ ৮তাৰিখত ৰন কৰি ১৫ । ২০ মানুহ মাৰিলে ।
স্কট্‌লণ্ড মিস্যনেৰি পাদুৰিৰ বিদ্যালইত সিকা অনেক চাতৰে হিন্দু ধৰম এৰি খ্ৰিষ্টিয়ান ধৰম লোআ হেতুকে ২০ মেইত ২০০০ মান হিন্দু মানুহে গোট খাই আলচ কৰি, ইংৰেজি বিদ্যাৰে সৈতে হিন্দু ধৰম সিকাবৰ নিমিত্তে আন এক বৰ পৰ্হা সালি পাতিবলৈ উপাই কৰিলে ।
 
আমেৰিকাৰ কুইবেক নামেৰে এক নগৰত ২৮ মেই তাৰিখত জুই লাগি ১৫০০ ঘৰ পুৰিলে; হানি হল ৮০ ০০ ০০০ টকা । আৰু জুইত দু কুৰি মান মানুহ মৰিল ।
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;স্কট্‌লণ্ড মিস্যনেৰি পাদুৰিৰ বিদ্যালইত সিকা অনেক চাতৰে হিন্দু ধৰম এৰি খ্ৰিষ্টিয়ান ধৰম লোআ হেতুকে ২০ মেইত ২০০০ মান হিন্দু মানুহে গোট খাই আলচ কৰি, ইংৰেজি বিদ্যাৰে সৈতে হিন্দু ধৰম সিকাবৰ নিমিত্তে আন এক বৰ পৰ্হা সালি পাতিবলৈ উপাই কৰিলে ।
এপ্ৰেল আৰু মেই মাহত জৰ্মানি দেসৰ অনেক খ্ৰিষ্টিয়ান মানুহে ৰোমি ধৰম এৰি, জৰ্মান কাথলিক মণ্ডলি নামেৰে এক নতুন খ্ৰিষ্টয়ান মণ্ডলি পাতিলে ।
 
৮ জুনত ইংলেণ্ডত এক নেজাল তৰা দেখা গল ।
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;আমেৰিকাৰ কুইবেক নামেৰে এক নগৰত ২৮ মেই তাৰিখত জুই লাগি ১৫০০ ঘৰ পুৰিলে; হানি হল ৮০ ০০ ০০০ টকা । আৰু জুইত দু কুৰি মান মানুহ মৰিল ।
কলিকতাৰ এচৰে বালি খালৰ ওপৰত জি
 
<-! দ্বিতীয় পৃষ্ঠা / দ্বিতীয় শাৰী -->
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;এপ্ৰেল আৰু মেই মাহত জৰ্মানি দেসৰ অনেক খ্ৰিষ্টিয়ান মানুহে ৰোমি ধৰম এৰি, জৰ্মান কাথলিক মণ্ডলি নামেৰে এক নতুন খ্ৰিষ্টয়ান মণ্ডলি পাতিলে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;৮ জুনত ইংলেণ্ডত এক নেজাল তৰা দেখা গল ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কলিকতাৰ এচৰে বালি খালৰ ওপৰত জি
 
<center>--------------------------------------</center>
<-!-- দ্বিতীয় পৃষ্ঠা / দ্বিতীয় শাৰী -->
ইউৰপৰ সকল দেসত এনে ভাপৰ কল লগা ৰথত জাই । সেই ৰথ সমানে যাবৰ নিমিতে লোহাৰ দুডাল আলিত পাতে, তাকে ৰেল্‌ৰদ বোলে । ৰধৰ ঘিলা সোমাই যাবৰ নিমিতে সেই লোহাৰ ডালত লোৰ থাকে, তাতে একে ঠৰে জাই । এনে ৰথ এক ঘৰিতে ডেৰ কুৰি, দু কুৰি, তিলি কুৰি মাইল অৰ্থাত এইমান ডাঁৰৰ বাট জাব পাৰে; কোনো কালত তাতকৈ অধিকো জাই । ইংলেণ্ডত ২০১৯ মাইলৰ দিঘল ৰেল্‌ৰদ পাতি আচে; আমেৰিকাতো আচে ঠায়ে ঠায়ে ৩৬৮৮ মাইল । ৰেল্‌ৰদত জোআ ৰথৰ নক্‌চা তলত লিখা আচে । প্ৰথম ৰথত কল থাকে, দুতিয় ৰথত জুইত দিবলৈ নাগ মাটি, তাৰ পাচে বস্তু থোআ এখান, নতুন লোহাৰ সাঁকো সাজিচে, ১২ জুন তাইখত ভাগি পৰিল । সেই সাঁকো ১৬৭ হাত দিঘল ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মাদাগাস্কৰ মাজুলিৰ ৰানিএ ইংৰেজি আৰু ফ্ৰাঞ্চি মানুহক অনেক দুখ দিয়াৰ কাৰনে ইংৰেজি জাহাজ এখান ফ্ৰেঞ্চি জাহাজ দুখন সেনাই সৈতে গৈ, তামাতেৰে নামে এক কোঁঠ থকা নগৰত চাপি জুধ কৰিলে; দু কুৰি তিনি কুৰি মানুহ মৰিল, তাতে কোঁঠ সোমাব নোআৰাত জাহাজ হুহকি আহিল ।
আফ্ৰিকাৰ ভিতৰি আল্‌জেৰি দেসৰ আৰব মানুহে সৈতে ফ্ৰাঞ্চি সেনাবোৰে ৰন কৰাত আৰব লোকে লৰা তিৰোতা গৰুএ সৈতে এটা বৰ সিলৰ গাঁতত সোমাল । তাতে ফ্ৰাঞ্চিএ সোমাব নোআৰি সেনাপতিৰ হুকুমেৰে বহু খৰি গাঁতৰ মুখত চপাই অতি নিৰ্দয়া হৈ ১৮ জুনত জুই লগাই সকলোকে পুৰি মাৰিলে । পাচ দিনা জুই নুমালত সেনাবোৰে সোমাই ৬০০ পোৰা মানুহক পালে । আৰু কোনো কোনো এধা মৰা মানুহকো পালে ।
 
২০ জুনত টাহিটি মাজুলিত আদিবাসি মানুহে সৈতে ফ্ৰাঞ্চি লোকে জুধ কৰি দুইৰো আনেক মানুহ মৰিল । দুই তিনি বচৰ মান সেই ৰন হৈচে । তাৰ কাৰন এই; টাহিটি লোকে আগৰে
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;আফ্ৰিকাৰ ভিতৰি আল্‌জেৰি দেসৰ আৰব মানুহে সৈতে ফ্ৰাঞ্চি সেনাবোৰে ৰন কৰাত আৰব লোকে লৰা তিৰোতা গৰুএ সৈতে এটা বৰ সিলৰ গাঁতত সোমাল । তাতে ফ্ৰাঞ্চিএ সোমাব নোআৰি সেনাপতিৰ হুকুমেৰে বহু খৰি গাঁতৰ মুখত চপাই অতি নিৰ্দয়া হৈ ১৮ জুনত জুই লগাই সকলোকে পুৰি মাৰিলে । পাচ দিনা জুই নুমালত সেনাবোৰে সোমাই ৬০০ পোৰা মানুহক পালে । আৰু কোনো কোনো এধা মৰা মানুহকো পালে ।
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;২০ জুনত টাহিটি মাজুলিত আদিবাসি মানুহে সৈতে ফ্ৰাঞ্চি লোকে জুধ কৰি দুইৰো আনেক মানুহ মৰিল । দুই তিনি বচৰ মান সেই ৰন হৈচে । তাৰ কাৰন এই; টাহিটি লোকে আগৰে
 
==তৃতীয় পৃষ্ঠা ==