পৃষ্ঠা:চিন্তা-কলি.djvu/১০৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "চিন্তা-কলি। দিয়াবলৈ এৰিৰ নিচিনা দৰব নাই। সেইদৰে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

১৮:২৪, ৪ জুন ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিন্তা-কলি। দিয়াবলৈ এৰিৰ নিচিনা দৰব নাই। সেইদৰে জইপা উৎসাহক জীৱ দিবলৈ অৰিয়া-অৰিৰ নিচিনা দৰব নাই। তাতকৈ উধাব লাগে, এই ভাবে পুৰুষাৰ্থৰ তেজ বঢ়ায়। ঠেক মনত অৰিয়া-অৰিয়ে অগুণ কৰে। সি নিজে উধাব নােৱাৰি আনৰ বাটত পজি পাতে। ই বিপৰ্যয় বুদ্ধি। ই ঠেক মনতহে ঠাই পায়।