ৰিফৰ্ম্ম্ সুন্দৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
৮২ নং শাৰী:
 
 
:ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,
:দেখি প্ৰাণি-প্ৰাৰ্থী হ’ল জাক জাক,
ৰিফৰ্ম্ম্-জনকে         ঘোষণা কৰিলে
::জিলাই ৰ্জিলাই যাকে
অধিক প্ৰজাই         ভোট দি বাছিব
::ৰিফৰ্ম্মে বৰিব তাকে।
পণ শুনি লৈ         প্ৰত্যেকে ভাবিলে,
::তেৱেঁই মাৰিলে দাও,
বাজিল বাদ্য         ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
 
গোটেই দেশত হ’ল হুলস্থুল,
ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
দুৱাৰে দুৱাৰে ভোট্-ভোটনি মাথোঁ,
ৰাইজ, মোক দিয়াঁ ভোট্,
নিশ্চয় বোৱাম গোটেই দেশত
উন্নতিৰ নতুন সোঁত।
ভোটৰ কাৰণে বক্তৃতা জুৰিলে
গোঁফত দি দি তাও;
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।
 
:গোটেই দেশত হ’ল হুলস্থুল,
ভোটৰ নিমিত্তে টঙনা-টঙনি,
:ভোট্ ভোট্ ভোট্,-উঠিল কল্লোল,
কত ভোজ-ভাত, ইননি-বিননি।
দুৱাৰে দুৱাৰে        ভোট্-ভোটনি মাথোঁ,
পাহাৰী ভোটক তলত পেলালে
::ৰাইজ, মোক দিয়াঁ ভোট্,
ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
নিশ্চয় বোৱাম        গোটেই দেশত
য’তেই ৰূপহী ত’তেই ইদৰে
::উন্নতিৰ নতুন সোঁত।
কন্দলে খোপনি পোতে।
ভোটৰ কাৰণে        বক্তৃতা প্ৰাৰ্থীসকলেজুৰিলে
::গোঁফত দি দি তাও;
প্ৰথমে দেখিলে গাওঁ;
বাজিল বাদ্য         ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
 
জিলাই জিলাই নোৱাই-ধুৱাই
দিলে একোজন ভোটে উলিয়াই;
বৰ-বেশ পিন্ধি ৰমক্ জমক
ভেমত ওফন্দিল হিয়া;
পাঁচ পাণ্ডৱৰ পৰিণয় যথা
হ’ল ৰিফৰ্ম্মৰ বিয়া।
ঢোল খোল পেঁপা বাজিল সঘনে
আকাশত উঠিল ৰাও,-
ধিনিকি ধিন্দাও ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও।
 
:ভোটৰ নিমিত্তে টঙনা-টঙনি,
বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
:কত ভোজ-ভাত, ইননি-বিননি।
নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
পাহাৰী ভোটক        তলত পেলালে
ওলাল সকলো ৰাইজৰ ধনেৰে
::ইয়াৰ ৰিফৰ্ম্ম-ভোটে;
নিজৰ জোলোঙা ভৰি,
য’তেই ৰূপহী        ত’তেই ইদৰে
ৰেল জাহাজতে ফুৰিলে বগাই
::কন্দলে খোপনি পোতে।
হনিমুন্ এনজয় কৰি।
ভোটৰ কাৰণে        প্ৰাৰ্থীসকলে
ভেবা লাগি ৰ’ল ভোটাৰসকল
::প্ৰথমে দেখিলে গাওঁ;
দেখি মেম্বৰৰ ভাও;
বাজিল বাদ্য         ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও ।দাও।
 
 
:জিলাই জিলাই নোৱাই-ধুৱাই
:দিলে একোজন ভোটে উলিয়াই;
বৰ-বেশ পিন্ধি        ৰমক্ জমক
::ভেমত ওফন্দিল হিয়া;
পাঁচ পাণ্ডৱৰ        পৰিণয় যথা
::হ’ল ৰিফৰ্ম্মৰ বিয়া।
ঢোল খোল পেঁপা        বাজিল সঘনে
::আকাশত উঠিল ৰাও,-
ধিনিকি ধিন্দাও        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
 
 
:বৰ হৈ ৰিফৰ্ম্ম্ বিলাতী মেমৰ
:নাম পালে ম্লেচ্ছ অথবা ‘মেম-বৰ’
ওলাল সকলো        ৰাইজৰ ধনেৰে
::নিজৰ জোলোঙা ভৰি,
ৰেল জাহাজতে        ফুৰিলে বগাই
::হনিমুন্ এনজয় কৰি।
ভেবা লাগি ৰ’ল        ভোটাৰসকল
::দেখি মেম্বৰৰ ভাও;
বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও ।
লাহ-বিলাহৰ ন ন সাজ কৰি
দিওঁতে নতুন গহনা-গাঁঠৰি,
ভাৰে ভাৰে ধন কেনিবা উৰিল,
ভঁৰাল উদং হ’ল;
ৰূপহীৰ মন যোগাওঁতে
পোতৰ টকাও গ’ল।
যিমানেই হ’ল ধনৰ নাটনি
ৰিফৰ্ম্মৰ চৰিল ভাও,
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও
 
:লাহ-বিলাহৰ ন ন সাজ কৰি
গতি-গোত্ৰ দেখি কোনোবা হতাশ,
:দিওঁতে নতুন গহনা-গাঁঠৰি,
কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
ভাৰে ভাৰে ধন        কেনিবা উৰিল,
কোনোৱে কৈছে, “নালাগে ইজনী,
::ভঁৰাল উদং হ’ল;
খেদোৱাঁ চুলিত ধৰি,”
ৰূপহীৰ মন        যোগাওঁতে
কোনোৱে কৈছে “ৰিফৰ্ম্মক ৰাখিম
::পোতৰ টকাও গ’ল।
বুকুৰ বান্ধৈ কৰি।”
যিমানেই হ’ল        ধনৰ নাটনি
কোনোৱে কৈছে, “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
::ৰিফৰ্ম্মৰ চৰিল ভাও,
ভেঁটিত গজিব লাও,
শত্ৰুৱে বজাব বাজিল বাদ্য        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।”দাও॥
 
 
:গতি-গোত্ৰ দেখি কোনোবা হতাশ,
:কোনোবা হাঁহিছে পিন্ধি প্ৰেম-পাশ,
কোনোৱে কৈছে,        “নালাগে ইজনী,
::খেদোৱাঁ চুলিত ধৰি,”
কোনোৱে কৈছে        “ৰিফৰ্ম্মক ৰাখিম
::বুকুৰ বান্ধৈ কৰি।”
কোনোৱে কৈছে,        “ৰিফৰ্ম্ম-প্ৰেমিকাৰ
::ভেঁটিত গজিব লাও,
শত্ৰুৱে বজাব        ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।”