ৰিফৰ্ম্ম্ সুন্দৰী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
২২ নং শাৰী:
:::ৰিফৰ্ম্ম্ সুন্দৰী
:ইণ্ডিয়া অফিচৰ কমাৰ-শালত<br>
:বিলাতী ধাতুৰ বিলাতী পাগত<br>
গঢ়িলে ৰূপহী&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মণ্টেগু চেমছফৰ্ড
::দুজনে হাতুৰী পিটি;
৩৩ নং শাৰী:
::ধিনিকি ধিন্দাও দাও।
 
 
:ৰিফৰ্ম্ম্ সুন্দৰী ৰং সনা মুখ,
:ডঁহা চকুযুৰি দেখি গুচে দুখ,
মুগা চুলিটাৰ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কেঁকোৰা-কেকুৰি
::বতাহত ধেমালি কৰে,
ইন্দ্ৰধনু যেন &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;আঁচলখনিয়ে
::চকু জাল মাৰি ধৰে ।
ৰূপহীক লৈ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;শিয়ান বাঢ়ৈয়ে
::সাগৰত মেলিলে নাও;
বাজিল বাদ্য ধিনিকি ধিন্দাও
বাজিল বাদ্য&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ধিনিকি ধিন্দাও দাও।
::ধিনিকি ধিন্দাও দাও ।দাও।
ৰিফৰ্ম্ম্ সুন্দৰী সাগৰ বগাই,
ঢৌ তুলি তুলি খলক লগাই,
ৰমক-জমক্ আঁচল উৰাই
উজাই আহিল ধীৰে,
সাগৰৰ পাৰ কঁপাই তুলিলে
দৰ্শক-মণ্ডলীৰ ভিৰে ।
“ৰিফৰ্ম্ম্ আহিছে” “ৰিফৰ্ম্ম্ আহিছে”
চৌপাশে উঠিল ৰাও,
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও ।
 
:ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখসুন্দৰী দেখাসাগৰ পাইবগাই,
:ঢৌ তুলি তুলি খলক লগাই,
মজিল কতনা, তাৰ সীমা নাই,
ৰমক-জমক্ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;আঁচল উৰাই
শিয়াল-কঁটহীয়া চুমাৰ-লোভত
::উজাই আহিল ধীৰে,
কতই এৰিল ভাত;
সাগৰৰ পাৰ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কঁপাই তুলিলে
প্ৰেমৰ ৰসেৰে হূদয় ভৰিল,
::দৰ্শক-মণ্ডলীৰ ভিৰে ।
হৰিল মুখৰ মাত ।
“ৰিফৰ্ম্ম্ আহিছে” &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;“ৰিফৰ্ম্ম্ আহিছে”
কাৰ্য্য-সিদ্ধি দেখি যুগল বাঢ়ৈয়ে
::চৌপাশে উঠিল ৰাও,
ভাৰতত চপালে নাও;
বাজিল বাদ্য &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও।
 
 
:ৰিফৰ্ম্ম্ সুন্দৰীৰ মুখ দেখা পাই
:মজিল কতনা, তাৰ সীমা নাই,
শিয়াল-কঁটহীয়া &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;চুমাৰ-লোভত
::কতই এৰিল ভাত;
প্ৰেমৰ ৰসেৰে &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;হূদয় ভৰিল,
::হৰিল মুখৰ মাত ।
কাৰ্য্য-সিদ্ধি দেখি &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;যুগল বাঢ়ৈয়ে
::ভাৰতত চপালে নাও;
বাজিল বাদ্য &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও ।দাও।
 
 
:আঁতৰি পলাল সন্দেহীৰ দল,
:চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
ৰিফৰ্ম্মে হাঁহিলে &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মিচিকি মিচিকি
::গপতে আপোন মনে,
চেনেহ-চুমাৰ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;টপাটপ্ আৱাজত
::ধুমুহা উঠিল ঘনে ।
নগৰে নগৰে &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;সুন্দৰী ৰিফৰ্ম্মে
::চলালে সবুট পাও,
বাজিল বাদ্য &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ধিনিকি ধিন্দাও
::ধিনিকি ধিন্দাও দাও ।
 
আঁতৰি পলাল সন্দেহীৰ দল,
চাপি-কুঁচি গ’ল প্ৰেমিকসকল,
ৰিফৰ্ম্মে হাঁহিলে মিচিকি মিচিকি
গপতে আপোন মনে,
চেনেহ-চুমাৰ টপাটপ্ আৱাজত
ধুমুহা উঠিল ঘনে ।
নগৰে নগৰে সুন্দৰী ৰিফৰ্ম্মে
চলালে সবুট পাও,
বাজিল বাদ্য ধিনিকি ধিন্দাও
ধিনিকি ধিন্দাও দাও ।
 
ৰিফৰ্ম্মৰ চকু পিৰিক-পাৰাক,