ঝুমুড়া: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

"অনিৰুদ্ধদেৱ (১৫৫৩-১৯২৬) এ ভাই কমনে কৰ বিহাৰ ৷ প্ৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
১ নং শাৰী:
{{header
অনিৰুদ্ধদেৱ
| title = ঝুমুড়া
(১৫৫৩-১৯২৬)
| author = অনিৰুদ্ধদেৱ
| translator =
| section =
| previous =
| next =
| year =
| portal =
| wikipedia =
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
 
<poem>
এ ভাই কমনে কৰ বিহাৰ ৷
 
প্ৰচণ্ডবেগৰ ঠাঠে ৰুহি আসে উমান নপৱা গাৰ ৷৷
 
গন্ধৰ্ব্ব-কতক গোটে গোটে পড়ি
 
আগতে মৰিয়া যাই ৷
 
ত্ৰিশ পাইকৰ হাজৰা পড়য়
 
ৰঙ্গ কৰ তাকে চাই ৷৷
 
লস্কৰগোট আগতে পড়য়
 
আনন্দ কৰ অধিক ৷
 
সকলে কটক পাড়ি আনিলেক
 
উমান নপৱা কিক ৷৷
 
শিলাঞ্চাৰ গড় ভাঙ্গিয়া কতক
 
ইটাৰ গড় খসাই ৷
 
তথাপি নিসাৰে আছ কেনে ভাই
 
অগ্নিৰ গড় নিমাই ৷৷
 
প্ৰচণ্ডবেগৰ বহিনী সুন্দৰী
 
জৰা আসি লাগ পাই ৷
 
অলক্ষিতভাৱে পুৰুষক পাই
স্বামী বৰিলেক তাই ৷৷তাই॥
 
স্বামী বৰিলেক তাই ৷৷
 
তেজ মাংস যত আগতে শোষয়
ছাল হোৱে সোটাসোট ৷সোটাসোট।
 
ছাল হোৱে সোটাসোট ৷
 
ভাই ভনীয়ে নগৰ বেঢ়িয়া
দিয়ে আতি বড় চোট ৷৷চোট॥
 
দিয়ে আতি বড় চোট ৷৷
 
যৱন পাইক দুৱাৰ ভেটয়
ওহলাইবে শকতি নাই ৷নাই।
 
ওহলাইবে শকতি নাই ৷
 
ভয়ে নৃপতিও গৰ্জ্জিবাক লৱৈ
সিতো পুৰুষক চাই ৷৷চাই॥
 
সিতো পুৰুষক চাই ৷৷
 
মৃত্যুৱে নিকট চাপিলেক আসি
 
নিবেক ডোল লগাই ৷
 
তথাপিতো তাৰ ইটো বিমৰিষ
মনৰ অগ্ৰতো নাই ৷৷নাই॥
 
মনৰ অগ্ৰতো নাই ৷৷
 
ধন-জন-ক্ষেত্ৰ- বিষম সুখত
আনন্দ মানে অধিক ৷অধিক।
 
আনন্দ মানে অধিক ৷
 
যদ্যপি বিষয় ভূঞ্জিবে নুৱাৰে
তাতে ৰতি আত্যন্তিক ৷৷আত্যন্তিক॥
 
তাতে ৰতি আত্যন্তিক ৷৷
 
হৰি-চৰণত শৰণ পশিয়া
নকৰ যাৱে ভকতি ৷ভকতি।
 
নকৰ যাৱে ভকতি ৷
 
কালৰ হাতৰ এড়াইবেক লাগি
আছয় কাৰ শকতি ৷৷শকতি॥
 
আছয় কাৰ শকতি ৷৷
 
কৃষ্ণৰ চৰণে ভকতি-বিহীন
হুয়া মূঢ় অল্পমতি ৷অল্পমতি।
 
হুয়া মূঢ় অল্পমতি ৷
 
কহে অনিৰুদ্ধ ইবাৰ কৰুণা
কৰা মোক যদুপতি ৷৷যদুপতি॥
 
</poem>
কৰা মোক যদুপতি ৷৷
"https://as.wikisource.org/wiki/ঝুমুড়া"ৰ পৰা অনা হৈছে