"গীত (উমেশচন্দ্ৰ চৌধাৰী)"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সম্পাদনা সাৰংশ নাই
("উমেশচন্দ্ৰ চৌধাৰী (১৮৯৮-১৯৫৩) গীত ।।১।। চেনেহী..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
{{header
উমেশচন্দ্ৰ চৌধাৰী
| title = গীত
(১৮৯৮-১৯৫৩)
| author = উমেশচন্দ্ৰ চৌধাৰী
 
| translator =
গীত
| section =
 
| previous =
।।১।।
| next =
| year =
| portal =
| wikipedia = উমেশচন্দ্ৰ চৌধাৰী
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
 
::।।১।।
<poem>
চেনেহী মোৰ মাতৃভাষা
তুমিযে মোৰ বুকুৰ বাণী,
জৰি পৰে চকুৰ পানী ।
তুমিযে মোৰ দীপ্তি-হীনা
অযত্ন-মলিনা দীনা;-
কিহেৰে আই পূজোঁ, মোৰ
সম্বল মাথোঁ জীৰ্ণ বীণা
তুমিযে মোৰ সুৰময়ী
প্ৰেম-পূত মন্দাকিনী ।মন্দাকিনী।
</poem>
 
।।২।।
 
::।।২।।
<poem>
লুইতৰ পাৰতে পৰ্ব্বতৰ আঁৰতে
ওখকৈ পাতিছিল গৰা,
চিকুণ চিকিমিকি বগী ঢকেঢকী
পৰিছিলে বালিডৰা ।
</poem>
২,৪১২

টা সম্পাদনা