বসন্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

২ টা সংশোধন: importing from www.wikisource.org
No edit summary
১ নং শাৰী:
{{header
| title = ভ্ৰমবসন্ত
| author = লক্ষ্মীনাথ বেজবৰুৱা
| translator =
২০ নং শাৰী:
| notes =
}}
দুমালতীমালতী ফুলিল, সেউতী উঠিল,
 
কেতেকী গা-মুৰি দিলে,
৩৭ নং শাৰী:
পদুমে মেলিলে চকু।
 
 
থুৰিত কৰবীয়ে সাঁচিলে মৌ টুপি
 
ভুমিয়ে মেলিলে চঁপা,
 
চৰাই হালধীয়া মৌ – মতলীয়া
 
উলটি কৰিলে কৃপা।
 
[[Category:লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যকৰ্ম]]
"https://as.wikisource.org/wiki/বসন্ত"ৰ পৰা অনা হৈছে