পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৩৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বিভীন্ন অঙ্ক প্ৰথম দৃশ্য [ ৰাতিপুৱা-নন্দ, যশোদা, গ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:৩১, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিভীন্ন অঙ্ক প্ৰথম দৃশ্য [ ৰাতিপুৱা-নন্দ, যশোদা, গোপবালকগণ, কৃষ্ণ, বলোৰাম আৰু অকুৰ ]। যশোদা। নিৰানন্দ ব্ৰজ, নেবাজে প্ৰভাতী কাড়া গোপ শিশুগণ ধৰা চূড়া পিন্ধি সৌ, ধেনু লৈ অপক্ষিছে প্ৰাণ গোপাল। গৰু ডামুৰীয়ে হাম্বা হাম্বা কৰি ঘনে। আনিছে নীলমণি। ব্ৰজবধুকুন কৃষ্ণ ধন কৃষ্ণ প্ৰাণ বুলি, সঘনে কেঁাকাৰি ধূলত বাগৰে বিষাদৰ প্ৰতি মূৰ্তি, চেনেহ কাতৰা, হিয়া মোৰ ভাঙ্গি যায়। বিৰহৰ কথা ভাবি। অক্ৰুড় বান্ধব সঁপি দিলে নয়নৰ মণি ব্ৰজপ্ৰাণ, তোমাৰ হাতত, সযতনে সসম্ভ্ৰমে ভেটাবানি ৰজাৰ আগত। অতি অজ্ঞ গোপ শিশু দুখীয়াৰ আচলৰ ধন। নেজানে ভকতি স্তুতি, ৰজাৰ আগত নোৱাৰিব ভয়তে মাতিব। অপৰাধ ক্ষমি যেন মহাৰাজে, তোমাৰে লগতে ওলটাই পঠিয়ায় ব্ৰজধামলৈ।