পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৩৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৃষ্ণ লীলা। ৬ষ্ঠ দৃশ্য ) ১ম গোপী। যমুনাবে বালি জোন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:৩১, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ লীলা। ৬ষ্ঠ দৃশ্য ) ১ম গোপী। যমুনাবে বালি জোনাকত ৰূপালি তাতে কেতেকীয়ে মাতে বান্ধ নহলে জীৱ বাজ হব অগনি জ্বলিব গাতে ইকুলে সিকুলে সকলো সুদা ঐ স্বৰগ নৰকো শুইন বান্ধব ভবিতে দেহ মন সপিলে তাতে হৈয়ে যাম লীন। (আঁৰ কাপোৰ )