পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৩২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৃষ্ণ লীলা [ ১ম অন্ধ ধৰে শান্ত ভাব, দেখিলে তোমাক সখ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:৩০, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ লীলা [ ১ম অন্ধ ধৰে শান্ত ভাব, দেখিলে তোমাক সখা, তেনে হেন নিধি তুমি, এৰি গলে হব দগ্ধ মন প্ৰাণ ২য় গো। কিবা দশা হব ব্ৰজৰ গোপীৰ? কৃষ্ণ। গাপিনী সকল সখী, জীৱাত্মা ৰূপিণী সমস্ত ব্ৰহ্মাণ্ড লীলাভূমি তোমাৰ প্ৰত্যেক জীৰই হিয়া মোকলাই চালে দেখা পাব গোপিনী কপিণী জীবাত্মক। প্ৰত্যেক উশাহ জীৱাত্মাৰ হাকুলি বিকুলি মাথো, মিলিবলৈ পৰমাত্মা মহাকাল ৰূপী সহ। মোৰ সতে সখী বি মহা মিলন আজি গোপ গোপিনীৰ সি যে পৰমত্ম জীৱাত্মৰ অপূৰ্ব্ব। সংযোগ। পূৰ্ণৰ লগত পূৰ্ণৰ মিলন

  • বিৰহ বিহীন অনন্ত অনন্ত যুগব্যাপী।

কৃষ্ণই গায় গীত হাবিবে তলিতে ফুলিলে ফুলে ঐ থাকে সূৰুযলৈ চাই নিজৰে মনতে নিজে বাঙ্গে চৰাই | হিয়া ভবি ভালে পায় পচিমব মেঘতে বেলি বুৰি গলে ফুলকে মাতোতা নাই সূৰুযৰ ছবিটি হিয়াতে নিবধি আপোন পাহৰি যায়।