পৃষ্ঠা:কৃষ্ণ লীলা.pdf/৩০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ষষ্ঠ দৃশ্য যমুনাৰ পাৰ • (লাহে লাহে বাঁহী বজাই কৃষ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:৩০, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ দৃশ্য যমুনাৰ পাৰ • (লাহে লাহে বাঁহী বজাই কৃষ্ণ বহি আছে। এজাক গোপিনীৰ প্ৰবেশ | গোপিনীয়ে স্তুতি কৰে) অতি প্ৰিয়তম আত্মা সুহৃদ সোদৰ প্ৰাণ প্ৰিয়তম পতি পিতা জগতৰ হে প্ৰাণপ্ৰিয় জীৱনে মৰণে গতি ভকতি কুসুমে ৰাজীব চৰণ বাজিম হিয়াৰ তেজে হৃদি সিংহাসন পৰিপূৰ্ণি তাতে | তোমাৰ চৰণ বাজে কোটি জনমৰ কোটি সাধনাৰ কোটি তপস্যাৰ সিদ্ধি তুমি নয় প্ৰাণ নাই আৰু আন | গোপিনীৰ প্ৰাণনিধি (কৃষ্ণই লাহে লাহে গীত গায় ) গীত মধুযামিনী সুখময়ী নিশা মধুৰ মলয় বয় মধুৰ গীতৰ মোহন শহী যমুনা উজাই যায়