পৃষ্ঠা:কৃষ্ণ লীলা.pdf/২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "২য় দৃশ্য ] কৃষ্ণ লীলা তপস্যা কৰি এতিয়াও পোৱা নাই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৬, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় দৃশ্য ] কৃষ্ণ লীলা তপস্যা কৰি এতিয়াও পোৱা নাই। যাক, সেই হৰি বন্দী হল গোপিনীৰ প্ৰেমৰ পাশত। [ গান গাই গাই প্ৰস্থান।] গীত জয় জয় লক্ষ্মীপতি জয় জনাৰ্দন জয় জয় লক্ষ্মীমাৰ প্ৰণমম চৰণ বৈকুণ্ঠব বং বৈকুণ্ঠব সুখ, তাকে। কাতি কৰি থৈ ভক্তৰ প্ৰেমত এই মৰতত ব্ৰজত আহি ৰৈ শঙ্খ চক্ৰ গদা পদ্ম অস্ত্ৰ চাবি দূৰ কৰি থৈ দিলা শিঙ্গা বেত বেণু গৰু চড়াবৰ এছাবি হাতত ললা যাৰ পদ বেণু সদাই বিচাৰে ব্ৰহ্মাহৰ দিকপাল সেই হৰি আহি ভক্তি মাধুৰ্যত ব্ৰজত হল গোল নমো বিশ্বেশ্বৰ জগত আধাৰ নমো জগতৰ পতি দয়া কৰা মোক অধম কিঙ্কৰ মই অতি মুঢ় মতি।