পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "২য় দৃশ্য } কৃষ্ণ লীলা তাকেই কৰিম প্ৰিয়, কেবল থাক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৪, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২য় দৃশ্য } কৃষ্ণ লীলা তাকেই কৰিম প্ৰিয়, কেবল থাকিবা সখা চকুৰ আগত সৰ্ব্বদাই। সুদাম। প্ৰিয়তম চোৱা চোৱা কেনেকৰি গৰু ডামুৰিৰ পালে সতৃষ্ণ নয়নে ৰৈ ৰৈ। চাই আছে তোমাৰ মুখৰ ফালে অতি হেপাহৰে, চকুৰ লোতক পৰে জৰি গছ বিৰিখৰ কেনে সজীবতা ভাৱ যত পৰ থকা তুমি ওচৰত। শ্ৰীকৃষ্ণ। বাৰু ৰজাৰাণী খেল খেলিম এতিয়া সকলোৱে। “জয় ব্ৰজেশ্বৰেৰ জয়” গীত। ভক্ত আজি ভক্তি-বসত বিভভাব তোমাৰ অসীম প্ৰেম মাধুৰীৰে মধুময় হিয়া মোব- পৃথিবী মধুৰ স্বৰগ মধুব। | মধুৰ বৈকুণ্ঠ পূৰ দশ দিশে আজি মধু বষিছে মধুৰ বতাহ জুন। কিছাৰ বৈকুণ্ঠ কিছাৰ স্বগ কিছাব যোগীব হিয়া এনে মধুময় প্ৰেম মাধুৰীৰে। বান্ধিলাহে মোৰ প্ৰিয়। জয় প্ৰেমবাণী জয় বৃন্দাবন জয় জয় জনাবী জয় গোপ গোপী ধন্য মানব চোৰাহি নয়ন ভবি।