পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৃষ্ণ লীলা। [ ১ম অঙ্ক মাল বৃন্দ এইবাৰ যাব যেন পাও ৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৪, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ লীলা। [ ১ম অঙ্ক মাল বৃন্দ এইবাৰ যাব যেন পাও ৰসাতললৈ। (প্ৰকাশ্যে ) বাৰু বাৰু মাল ভায়া হঁত এইবাৰ কৰা কিছু কছৰত অভ্যাস যতনে নহলে কিলাব গোৱাল শিশুয়ে ধৰি। [ সকলোৰে প্ৰস্থান। দ্বিতীয় দৃশ্য গগাকুল বৃন্দাবন ( মাজত কৃষ্ণ-দুয়ো কাষে গোপ গোপী) গীত-খাম্বাজ কিবা শোভা ব্ৰজত চোৱাহি নৰ নাৰী তৰুণ চাৰু আভা বাজে মুবাৰী। ললিতবাহ উৰু মদন জিনি ভূৰু সুন্দৰ অল্প হাসি পদ্ম পলাশ চকু ভকতময় হিয়া প্ৰেমিক শিবোমণি বসন পীত শিৰে োভে মৈৰাৰ পাখি ধীৰে ধীৰে ঘূৰে ফুৰে মোহন বংশীধাবী। শ্ৰীকৃষ্ণ। প্ৰিয় সখা শ্ৰীদাম সুদাম বসুদাম প্ৰাণপ্ৰিয়া সকলো সখিটি কোৱাছেন কিবা খেলা খেলিবা গোঠিত আজি। দাম। প্ৰাণসখা প্ৰভু, কি ধেমালি জানো আমি তোমাৰ প্ৰীতিৰ অৰ্থে যি কৰিব লাগে।