পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১ম দৃশ্য ] কৃষ্ণ লীলা কংস। মন্ত্ৰী, শুনিলানে নাৰদৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২৩, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ম দৃশ্য ] কৃষ্ণ লীলা কংস। মন্ত্ৰী, শুনিলানে নাৰদৰ উপদেশ কৃষ্ণ ৰাম এতিয়াও শিশু, যৌবনত এতিয়াও ভৰি দিয়া নাই হেনো দুয়ো। ছলেৰে মতাই আনি মালৰ হাতত বধিম দুয়োকো, কেনে দেখা এই যুক্তি। মন্ত্ৰী। মহৰ্ষি মহাবাণী বিশেষ সাৰুৱা। অড়ক পঠিয়াই সাদৰে মতাই। দুয়ো ভাইক নিপাত কৰোৱা যাওক। মহা মহা মাল আছে আমাৰ সভাত কিছাৰ গোৱাল ল’ৰা মালৰ আগত। ১ম মাল। (এক-দুই—তিনি কাজ কৰে, ) প্ৰভু বাওঁহাতে ধৰি তাক এনেহে লগাম ঋটকা পেচ, ৰাজ হাড় ভাঙ্গি যাব মৰি। ২য় মাল। এই ভৰিৰেই লগাম পটকন তাক ভৰি ভাঙ্গি খোৰা হৈ মৰিব দুৰ্জন। ৩য় মাল। এক, দুই, তিন তাৰ পাচে লটকা মাৰি এনেহে পটকা দিম, ভাঙ্গিব বাছাৰ দেহ চিঙ্গি যাব মূৰ। কংস। ধন্য বীৰ দল, মহা বাহু তোমালোক। সহজে বধিবা মোৰ প্ৰাণৰ বৈৰীক। মন্ত্ৰী। (স্বগত) নৰৰূপে অৱতাৰ প্ৰভু কৃষ্ণ ৰাম দেখা পাম সফলিব মানবী জনশ। ৰজাৰ ঘৰৰ ঘিউ খাই নিপোটল