পৃষ্ঠা:কৃষ্ণ লীলা.pdf/১১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কৃষ্ণ লীলা (কৈশোৰ খণ্ড) প্ৰথম অঙ্ক প্ৰথম দৃশ্য : ৰা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:২২, ১৬ মে' ২০১৯ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃষ্ণ লীলা (কৈশোৰ খণ্ড) প্ৰথম অঙ্ক প্ৰথম দৃশ্য

ৰাজসভা [ কংস বহি আছে। মালবিলাক আৰু মন্ত্ৰী বহি আছে। (গীত গাই গাই নাৰদৰ প্ৰবেশ) | গীত—বেহাগ খাম্বাজ। মায়াবে মোহিত চেতনা জীব যাতনা। কত ভুগিছা হে সেই শান্ত সৌম্য সুন্দব বিভু কিয় নভজা (হায়) মিছাতে জনম খোলাহে দুদিনিয়া দেহ সমাজিক যেন চাওঁতে চাওঁতে ঢ কাব (আ) ধুনীয়া শৰীৰ ৰূপৰ মাধুৰী ছায়া মায়াকৈ লুকাবহে ক’ব জীৱ তুমি কিয় আহিছিল কোনে থৈছে ভাবি.চোৱাচোন হে। মায়াৰ বান্ধন মোকলাই লৈ হৰিনাম গাই মুখেৰে