৯,৮৭১
টা সম্পাদনা
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৰণ | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
− | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
⚫ | |||
ছিঙ্গিবলৈ হাত মেলে।) |
ছিঙ্গিবলৈ হাত মেলে।) |
||
− | + | পোহাৰী।— (হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বোলে, |
|
ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল |
ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল |
||
চাঁট্-চাঁট্ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই |
চাঁট্-চাঁট্ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই |
||
কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্ গুচ্ ইয়াৰপৰা ভালে |
কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্ গুচ্ ইয়াৰপৰা ভালে |
||
ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও |
ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও |
||
− | বহনি |
+ | বহনি হোৱা নাই। |
− | + | টেটোন।— এ, বাইটি, কেটেৰা-জেঙেৰা নো মাৰাঁ কিয় আকৌ? মোলৈ |
|
− | + | দেখোন তোমাৰ বৰ মৰম! বাইটি! পাক এটাকে দি দেখুৱাওঁ |
|
দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।) |
দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।) |
||
<center>খেম্টা</center> |
<center>খেম্টা</center> |
||
− | {{Block center|<poem>বৰ ভাল পাওঁ |
+ | {{Block center|<poem>বৰ ভাল পাওঁ তোমাক মই, |
− | বৰ ভাল শুনোঁ |
+ | বৰ ভাল শুনোঁ তোমাৰ ‘হঁই’। |
{{gap}}{{gap}}{{gap}}হাটে-বাটে শুনি আৰু |
{{gap}}{{gap}}{{gap}}হাটে-বাটে শুনি আৰু |
||
{{gap}}{{gap}}{{gap}}তোমাৰেহে হয়-বয়, |
{{gap}}{{gap}}{{gap}}তোমাৰেহে হয়-বয়, |
||
− | {{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}বৰ ভাল পাওঁ |
+ | {{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}বৰ ভাল পাওঁ মই।।</poem>}} |
− | শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি। |
+ | {{gap}}শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি। |
− | + | পোহাৰী।— (মুখ বিদৰাই) কেনেসন কৰে এই ভেচেলীমুৱাটোৱে! গুচ্ |
|
এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন |
এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন |
||
বেয়া লাগি আছে। |
বেয়া লাগি আছে। |
||
− | + | টেটোন।— বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়াঁ। দিলে, আমি |
|
দহোটাও বলে পৰা হব। |
দহোটাও বলে পৰা হব। |