পৃষ্ঠা:টেটোন তামুলী.pdf/২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
টেটোন।— জানিছোঁ। ঘিঁউত জুই ঢাল নেখায়, তোমাৰ খং-জুইকুৰা হে

টেটোন — জানিছোঁ। ঘিঁউত জুই ঢাল নেখায়, তােমাৰ খং-জুইকুৰা হে
ঘিঁউত জুবুৰিয়াই দি চেচঁনি পেলাই লব খুজিছোঁ।
ঘিঁউত জুবুৰিয়াই দি চেচঁনি পেলাই লব খুজিছোঁ।


হালােৱা — কটা, সঁচাই বুলিছ নে? (খেদা মাৰি) হালােৱা এছাৰিৰ
হালোৱা।— কটা, সঁচাই বুলিছ নে? (খেদা মাৰি) হালোৱা এছাৰিৰ
কোবত বেবাকৰাই পেলাম বুলি জনা নাই নে ?
কোবত বেবাকৰাই পেলাম বুলি জনা নাই নে?


টেটোন — নেজানিম নো কিয় হেৰা। জানিছোঁ দেখিতো কওঁ, বোলোঁ,
টেটোন।— নেজানিম নো কিয় হেৰা। জানিছোঁ দেখিতো কওঁ, বোলোঁ,
তেওঁৰ কানখন হে বিচাৰিছোঁ, তােমাৰ আকৌ মুৰত ভৰি থবলৈ
তেওঁৰ কানখন হে বিচাৰিছোঁ, তোমাৰ আকৌ মুৰত ভৰি থবলৈ
নেপালে অমুকাক লৰাব পাৰিম বুলি ভাবিছাঁ জানো? সেইটি
নেপালে অমুকাক লৰাব পাৰিম বুলি ভাবিছাঁ জানো? সেইটি
নেচেল।
নেচেল ।


গৃহস্থ — ৰবাঁ, হেৰা। এইটো কৰবাৰ অহৌ বলিয়া আধাকটা ল’ৰা।
গৃহস্থ।— ৰবাঁ, হেৰা। এইটো কৰবাৰ অহৌ বলিয়া আধাকটা ল’ৰা।
ইয়াৰে চুপতি মাৰি কি অন্ত পাবা ? এতিয়া ইয়াক উম্‌লাই
ইয়াৰে চুপতি মাৰি কি অন্ত পাবা? এতিয়া ইয়াক উল্‌মুলাই
কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, আছে
কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, আছে
যদি গাঁথিত, পইচা এটা দি সৌ পােহাৰীজনীৰপৰা কল
যদি গাঁথিত, পইচা এটা দি সৌ পোহাৰীজনীৰপৰা কল
দুটামানকে আনি দিয়াঁ হে।
দুটামানকে আনি দিয়াঁ হে।


হালােৱা — এ, মােৰ গাঁথিত নাই দেও! মই পথাৰলৈ আহিছিলোঁ, পইচা
হালোৱা।— এ, মোৰ গাঁথিত নাই দেও! মই পথাৰলৈ আহিছিলোঁ, পইচা
কেলেই আনিছোঁ !
কেলেই আনিছোঁ!


গৃহস্থ — এৰা, মােৰ হাতো শুদা !
গৃহস্থ।— এৰা, মোৰ হাতো শুদা!


টেটোন — টোকোনা চিকটা ককাইহঁত! বােলোঁ, গােচৰলৈ আহিছাহঁক,
টেটোন।— টোকোনা চিকটা ককাইহঁত! বোলোঁ, গোচৰলৈ আহিছাহঁক,
হাতত পইচা এটি নাই! বাৰু, তােমালােকৰ জৰী কেগছকে
হাতত পইচা এটি নাই! বাৰু, তোমালোকৰ জৰী কেগছকে
লেজুৱাকৈ এৰি দিয়াহঁকচোন, মোৰ বুধিৰ মােনাটোকে মেলি
লেজুৱাকৈ এৰি দিয়াহঁকচোন, মোৰ বুধিৰ মোনাটোকে মেলি
চাওঁ।।
চাওঁ।।


হালােৱা — অঁ, অঁ, অঁ, মই বাৰু দিছোঁ ঢিলাই ।
হালোৱা।— অঁ, অঁ, অঁ, মই বাৰু দিছোঁ ঢিলাই।


গৃহস্থ — বাৰু, ময়ো দিছোঁ এৰি, যক সি কেনেকৈ পাৰে মাৰকগৈ খঁকটো
গৃহস্থ।— বাৰু, ময়ো দিছোঁ এৰি, যক সি কেনেকৈ পাৰে মাৰকগৈ খঁকটো
আপুনি।
আপুনি।


পােহাৰী — এৰা তাে, ভোকত কল বন এটা খাবলৈ এৰি দিব লাগে তো।
পোহাৰী।— এৰা তো, ভোকত কল বন এটা খাবলৈ এৰি দিব লাগে তো।
হেজাৰ হলেও মানুহৰ পােৱালি হে দেহি!
হেজাৰ হলেও মানুহৰ পোৱালি হে দেহি!