পৃষ্ঠা:টেটোন তামুলী.pdf/২৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center>{{Xxxx-larger|'''পঞ্চম পট,'''}}</center>
<center>{{Xx-larger|'''পঞ্চম পট,&mdash;'''}}</center>
<center>হাটৰুৱা বাট।</center>
<center>হাটৰুৱা বাট।</center>
<center>⸻⸻</center>
<center></center>


(কল-বেঙেনা,পাণ-তামােলৰ পােহাৰ আগত লৈ এজনী পােহাৰী )
(কল-বেঙেনা,পাণ-তামোলৰ পোহাৰ আগত লৈ এজনী পোহাৰী )


হাৰী — (আপােনা-আপুনি) আললু-আপচু দিবলৈ বহি ! কোন্ নো
পোহাৰী।— (আপোনা-আপুনি) আললু-আপচু দিবলৈ বহি! কোন্ নো
বিজতৰীয়াক দেখি আহিলো ঐ আজি! পইচা এটাৰো কিবা
বিজতৰীয়াক দেখি আহিলো ঐ আজি! পইচা এটাৰো কিবা
বেছিবলৈ পালোঁহেঁতেন যদি ! কিমান নাে হাটৰুৱা-বাটৰুৱা
বেছিবলৈ পালোঁহেঁতেন যদি! কিমান নো হাটৰুৱা-বাটৰুৱা
আগেদিয়েই পাৰ হৈ গলহি, কেৱেচোন ফুটাকড়ি এটাও নেবেহালে!
আগেদিয়েই পাৰ হৈ গলহি, কেৱেচোন ফুটাকড়ি এটাও নেবেহালে!
লােণজেবাকে নো কিনি নিওঁ কিহেৰে আজি ! কিনো কৰিম
লোণজেবাকে নো কিনি নিওঁ কিহেৰে আজি! কিনো কৰিম
আই, ঘৰত আৰু খাৰণি সৰালেগৈ হে হব। তাকো জানো
আই, ঘৰত আৰু খাৰণি সৰালেগৈ হে হব। তাকো জানো
পাৰোঁতে নকৰোঁ? লৰা-পােৱালিটোৱে আকৌ লােণ নহলে
পাৰোঁতে নকৰোঁ? লৰা-পোৱালিটোৱে আকৌ লোণ নহলে
একোকে মুখত নিদিয়ে নহয় । (মুৰে-কপালে হাত দি টলকা
একোকে মুখত নিদিয়ে নহয়। (মূৰে-কপালে হাত দি টলকা
মাৰি ৰয়) অ, বাৰু, সৌৱা কোনোবা গােটাদিয়েক এই বাটেই
মাৰি ৰয়) অ, বাৰু, সৌৱা কোনোবা গোটাদিয়েক এই বাটেই
আহিছেচোন।
আহিছেচোন ।


<center>(গৃহস্থ, হালােৱা আৰু টেটোনৰ প্ৰৱেশ)</center>
<center>(গৃহস্থ, হালোৱা আৰু টেটোনৰ প্ৰৱেশ)</center>


টেটোন — অ, ৰবাচোনহঁক। মােৰ আৰু ভৰি নচলাই হল। কাছুটিখনো
টেটোন।— অ, ৰবাচোনহঁক। মোৰ আৰু ভৰি নচলাই হল। কাছুটিখনো
তােমালােকৰ বান্ধকেটাই হে ৰাখি থৈছে। বােলোঁ, কল-
তোমালোকৰ বান্ধকেটাই হে ৰাখি থৈছে। বোলোঁ, কল-
কুঁহিয়াৰ যি পােৱা অলপ কিনি-কুটি খুৱাই লােৱাহঁক। নহলে
কুঁহিয়াৰ যি পোৱা অলপ কিনি-কুটি খুৱাই লোৱাহঁক। নহলে
আৰু মােক কানতকৈ নিলেহে হব। (খপৰাই বহি পৰে)
আৰু মোক কানতকৈ নিলেহে হব। (খপৰাই বহি পৰে)।


গৃহস্থ — এ হে ! বাৰুটো অ! চোৰে আকৌ কানত উঠি হে যায় হেনো!
গৃহস্থ।— এ হে! বাৰুটো অ! চোৰে আকৌ কানত উঠি হে যায় হেনো!


টেটোন — হুঁঃ, পিঠিত উঠি গৈ চোৰ সােমালোঁ, এতিয়া ৰজাৰ আগলৈ
টেটোন।— হুঁঃ, পিঠিত উঠি গৈ চোৰ সোমালোঁ, এতিয়া ৰজাৰ আগলৈ
যাওঁতে কানত উঠাটো টান হে পালাঁ নে?
যাওঁতে কানত উঠাটো টান হে পালাঁ নে?


হালোৱা — হেৰ অধৰনী মেনে মেনে থাক। ঘিঁউত জুই ঢালি নলবি দেই
হালোৱা।— হেৰ অধৰনী মেনে মেনে থাক। ঘিঁউত জুই ঢালি নলবি দেই
এতিয়া ! চোঁচৰাই নিম বুলি জনা নাই নে ?
এতিয়া! চোঁচৰাই নিম বুলি জনা নাই নে?