পৃষ্ঠা:টেটোন তামুলী.pdf/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
হালোৱা।— মোক এফেৰি উপকাৰ কৰক দেউতা হে। ঈশ্বৰে হে মিলাইছে
আপোনালোকক ইখিনি পৰত।


টেটোন।— ভাল, আমি সাজু আছোঁ। পৰৰ উপকাৰ কৰাটি আমাৰ
হালােৱা — মােক এফেৰি উপকাৰ কৰক দেউতা হে। ঈশ্বৰে হে মিলাইছে
পিতৃধৰ্ম্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লওঁ। কি কৰিব
আপােনালােকক ইখিনি পৰত।
লাগে কোৱাঁ মাখোন।


হালোৱা।— হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকলৈ যোৱা গৰুটো মাৰ
টেটোন — ভাল, আমি সাজু আছোঁ। পৰৰ উপকাৰ কৰাটি আমাৰ
পিতৃধর্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লওঁ। কি কৰিব
লাগে কোৱাঁ মাখােন।

হালোৱা — হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকলৈ যােৱা গৰুটো মাৰ
এটা মাৰি ৰাখি দিয়াঁগৈ দেও হে। আৰু, ইগৰাকীয়ে ইটোলৈ,
এটা মাৰি ৰাখি দিয়াঁগৈ দেও হে। আৰু, ইগৰাকীয়ে ইটোলৈ,
খেদা এটা মাৰাঁ দেউতা হে।
খেদা এটা মাৰাঁ দেউতা হে।


গৃহস্থ — অঃ, সেইটো হব নােৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ
গৃহস্থ।— অঃ, সেইটো হব নোৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ
আনিছোঁ । ইয়াক মই এৰি দিব নােৱাৰোঁ ; ই মােৰ হাতত বন্দী।
আনিছোঁ। ইয়াক মই এৰি দিব নোৱাৰোঁ; ই মোৰ হাতত বন্দী।


টেটোন।-এ, মই বন্দী হে, তুমি যে আকৌ মােৰ লেজুত ধৰা বন্দীৰো বন্দী।
টেটোন।—এ, মই বন্দী হে, তুমি যে আকৌ মোৰ লেজুত ধৰা বন্দীৰো বন্দী।
বাৰু, তুমি এৰিব নােৱাৰা থাকাঁ। তােমাৰ তো ধৰমলৈ মতি
বাৰু, তুমি এৰিব নোৱাৰা থাকাঁ। তোমাৰ তো ধৰমলৈ মতি
নাই। আৰু, মােৰ পেটজনাক পুজা নিদি তুমি ঘৰতে পাপ
নাই। আৰু, মোৰ পেটজনাক পুজা নিদি তুমি ঘৰতে পাপ
লগাই আহিছাই। মােৰ হলে পাপলৈ বৰ ভয় দেও। চাওঁ,
লগাই আহিছাই। মোৰ হলে পাপলৈ বৰ ভয় দেও। চাওঁ,
এৰাঁ, লৰ মাৰি ধৰম ফেৰা আর্জি আহোঁ। (গৃহস্থৰ হাতৰপৰ
এৰাঁ, লৰ মাৰি ধৰম ফেৰা আৰ্জি আহোঁ। (গৃহস্থৰ হাতৰপৰ
আজোৰ মাৰি এৰাই আগ বাঢ়ে)।
আজোৰ মাৰি এৰাই আগ বাঢ়ে)।


গৃহস্থ — (অবাক্ হৈ ভােৰভােৰাই) উঃ কটা, চোৰৰ ধৰমলৈ মতি !
গৃহস্থ।— (অবাক্ হৈ ভোৰভোৰাই) উঃ কটা, চোৰৰ ধৰমলৈ মতি!
মই হে অকল ধনতে মজিছোঁ ! বাৰু, ইয়াক যাবলৈ দিওঁ।
মই হে অকল ধনতে মজিছোঁ! বাৰু, ইয়াক যাবলৈ দিওঁ।
তাৰ পুণ্যৰ এভাগ কিজানি ময়ো পাম । কিয়নাে, মই এৰি দিলে হে
তাৰ পুণ্যৰ এভাগ কিজানি ময়ো পাম। কিয়নো, মই এৰি দিলে হে
সি যাবলৈ পাব। (ফুটাই) বাৰু যা, নপলাবি আকৌ।
সি যাবলৈ পাব। (ফুটাই) বাৰু যা, নপলাবি আকৌ।


টেটোন — বাৰু, সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম
টেটোন।— বাৰু, সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম
নলয়। চাই থাকাঁ, এটা লৰত পুণ্য আর্জিমগৈ ; আৰু উলটি
নলয়। চাই থাকাঁ, এটা লৰত পুণ্য আৰ্জ্জিমগৈ; আৰু উলটি
ইটো লৰত পৰৰ গাত পাপ থমহি।
ইটো লৰত পৰৰ গাত পাপ থমহি।


হালােৱা — এৰা, যােৱাঁ দেউতা হে, বেগাই যােৱাঁ। গুণ নহয় তেও ধৰম
হালোৱা।— এৰা, যোৱাঁ দেউতা হে, বেগাই যোৱাঁ। গুণ নহয় তেও ধৰম
হব। পাকতে মই ইটো আগচি আনােগৈ।
হব। পাকতে মই ইটো আগচি আনোগৈ।