পৃষ্ঠা:টেটোন তামুলী.pdf/২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
গৃহস্থ।— তোৰ কেল্‌কেলনি শুনি থাকিলে গা নৰয় আৰু। উঠ যদি উঠ,

গৃহস্থ — তােৰ কেল্‌কেলনি শুনি থাকিলে গা নৰয় আৰু। উঠ যদি উঠ,
নহলে চোঁচৰাই নিম এতিয়া।
নহলে চোঁচৰাই নিম এতিয়া।


টেটোন — বাৰু, উঠিছোঁ, বলাঁ। কিন্তু, মােৰ পেটজনাক পুজা এভাগি
টেটোন — বাৰু, উঠিছোঁ, বলাঁ। কিন্তু, মোৰ পেটজনাক পূজা এভাগি
নিদিলে তােমাক পাপে চুব, জানিবা দেই। (প্রস্থান।)
নিদিলে তোমাক পাপে চুব, জানিবা দেই। (প্ৰস্থান।)
<center>⸻⸻</center>
<center></center>


<center>{{Xx-larger|'''চতুর্থ পট,'''}}</center>
<center>{{Xx-larger|'''চতুৰ্থ পট,&mdash;'''}}<br/>
<center>পথৰুৱা আলি।</center>
পথৰুৱা আলি।<br/>
—●●●—</center>


<center>(কানত নাঙ্গল লৈ এটা হালােৱৰ প্ৰৱেশ)</center>
<center>(কানত নাঙ্গল লৈ এটা হালোৱাৰ প্ৰৱেশ)</center>


হালোৱা — (কানৰপৰা নাঙ্গল নমাই থৈ) হেৰ ৰঙা, সও সও। উঃ,
হালোৱা।— (কানৰপৰা নাঙ্গল নমাই থৈ) হেৰ ৰঙা, সও সও। উঃ,
দেখিছা এতিয়া, সি ঢাপলি হে ধৰিছে আকৌ! (উলটি চাই)
দেখিছা এতিয়া, সি ঢাপলি হে ধৰিছে আকৌ! (উলটি চাই)
অ, ভাল হ’ল এতিয়াহে। ইটোক খেদোতে সিটোও যায় সিফালে।
অ, ভাল হ’ল এতিয়াহে। ইটোক খেদোতে সিটোও যায় সিফালে।
(উলটি খেদা মাৰি) হেৰ, সও, বগা সও, সও। হাঁই-আঁই,
(উলটি খেদা মাৰি) হেৰ, সও, বগা সও, সও। হাঁই-আঁই,
নৰয়, দেখিছা বাৰু! যক বাঘৰ বুকত হােৱা গৰু ক’লৈ যায়,
নৰয়, দেখিছা বাৰু! যক বাঘৰ বুকত হোৱা গৰু ক’লৈ যায়,
নেবাওঁ হাল ! কি কৰি, মই অকলে ইটোকে খেদিম নে সিটোকে
নেবাওঁ হাল! কি কৰি, মই অকলে ইটোকে খেদিম নে সিটোকে
খেদিম। (আঁঠুত বাহু পেলাই বহি) মই কানি-খােলাৰেপৰা
খেদিম। (আঁঠুত বাহু পেলাই বহি) মই কানি-খোলাৰেপৰা
নকৈছিলোঁ সিজনীক, বােলোঁ, সাঙোৰৰ পঘাৰ খান্দৰিত গুনঠিটো
নকৈছিলোঁ সিজনীক, বোলোঁ, সাঙোৰৰ পঘাৰ খান্দৰিত গুনঠিটো
ভালকৈ সুমুৱাবি। গৰু চেঙ্গা বুলি তাই নেজানে জানাে ! ভাল
ভালকৈ সুমুৱাবি। গৰু চেঙ্গা বুলি তাই নেজানে জানো! ভাল
ল! আজি ৰুবিহি দুই হাতে।
ল! আজি ৰুবিহি দুই হাতে।
<center>(কঁকালত ৰচী লগোৱা টেটোনক লৈ গৃহস্থৰ প্ৰৱেশ)</center>
<center>(কঁকালত ৰচী লগোৱা টেটোনক লৈ গৃহস্থৰ প্ৰৱেশ)</center>


টেটোন — ইজন বা কোন্‌? এওঁকো লগৰীয়া কৰি লােৱা হওকচোন
টেটোন।— ইজন বা কোন্‌? এওঁকো লগৰীয়া কৰি লোৱা হওকচোন
ৰজাৰ আগলৈ।
ৰজাৰ আগলৈ।


হালােৱা — (আথেবেথে) হে দেউতাটি।
হালোৱা।— (আথেবেথে) হে দেউতাটি।


টেটোন — কিবা হ’ল, বিধতাটি ?
টেটোন।— কিবা হ’ল, বিধতাটি?