পৃষ্ঠা:টেটোন তামুলী.pdf/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

চায়) এঃ, নহয় হবলা সান্দহৰ কলহ। কিনো এইটো ঔ?
চায়) এঃ, নহয় হবলা সান্দহৰ কলহ। কিনো এইটো ঔ?
অ, ভাল কথা ; লগৰীয়াই বজাই চাবলৈ শিকাইছিল নহয়।
অ, ভাল কথা; লগৰীয়াই বজাই চাবলৈ শিকাইছিল নহয়।
বাৰু, চাওঁচোন বজাই কিনাে এইটো। (ঢােলত চাপৰ ধৰে)।
বাৰু, চাওঁচোন বজাই কিনো এইটো। (ঢোলত চাপৰ ধৰে)।


(ঢােলৰ মাত শুনি শোৱাচাঙ্গৰপৰা “কোন” “কোন” বুলি গৃহস্থে আহি
(ঢোলৰ মাত শুনি শোৱাচাঙ্গৰপৰা “কোন” “কোন” বুলি গৃহস্থে আহি
টেটোনক গবা মাৰি ধৰে। ই দুটা চোৰে ভিৰাই ধৰি লৰ মাৰে)।
টেটোনক গবা মাৰি ধৰে। ই দুটা চোৰে ভিৰাই ধৰি লৰ মাৰে)।


গৃহস্থ — হেৰ কটা, কোন্ তই?
গৃহস্থ।— হেৰ কটা, কোন্ তই?


টেটোন — কোন্ মই! কিনো অকৰাঔ ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’,
টেটোন।— কোন্ মই! কিনো অকৰাঔ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’,
সুধিব লাগিছে মে মই কোন্‌? মই ৰাতিফুৰা।
সুধিব লাগিছে মে মই কোন্‌? মই ৰাতিফুৰা।


গৃহস্থ — কটা বন্দী তই চোৰ ?
গৃহস্থ।— কটা বন্দী তই চোৰ?


টেটোন — (ভােৰভোৰাই) আৰু নো ই কি বুলি ভাবিছিল! (ফুটাই )
টেটোন।— (ভোৰভোৰাই) আৰু নো ই কি বুলি ভাবিছিল! (ফুটাই )
বোলোঁ, চকু নাই নে ? এই মাজনিশা চোৰ নহৈ আলহী
বোলোঁ, চকু নাই নে? এই মাজনিশা চোৰ নহৈ আলহী
সােমাইছোঁহিনে? চোৰ নে আলহী চিনিবি পাচত; আগেয়ে
সোমাইছোঁহিনে? চোৰ নে আলহী চিনিবি পাচত; আগেয়ে
মােক বাৰু সান্দহৰ কলহটো দেখুৱাই দেচোন।
মোক বাৰু সান্দহৰ কলহটো দেখুৱাই দেচোন।


গৃহস্থ — অ, এইটোৱে কয় কি!
গৃহস্থ।— অ, এইটোৱে কয় কি!


টেটোন — ভাল কৈছোঁ। পেটৰ জঞ্জালটো বোলোঁ আগেয়ে মাৰি লওঁ,
টেটোন।— ভাল কৈছোঁ। পেটৰ জঞ্জালটো বোলোঁ আগেয়ে মাৰি লওঁ,
পাচতাে তােমাৰে সৈতে মেল মাৰি থাকিম।
পাচতো তোমাৰে সৈতে মেল মাৰি থাকিম।


গৃহস্থ — কটা, চোৰ বুলিলে ওৰ পৰে। ইয়াৰচোন মট্‌মটনি বাঢ়িছে হে!
গৃহস্থ।— কটা, চোৰ বুলিলে ওৰ পৰে। ইয়াৰচোন মট্‌মটনি বাঢ়িছে হে!


টেটোন — বাৰু, মােক পাচেও ওৰ পেলাবাঁ। আগেয়ে ওৰ পেলাওঁ সান্দহৰ
টেটোন।— বাৰু, মোক পাচেও ওৰ পেলাবাঁ। আগেয়ে ওৰ পেলাওঁ সান্দহৰ
কলহ এটা, দেখুৱাই দিয়া।
কলহ এটা, দেখুৱাই দিয়া।


গৃহস্থ — কটা, এইটো কৰবাৰ বলিয়া মানুহ । ই সান্দহ-বলিয়া। বাৰু,
গৃহস্থ।— কটা, এইটো কৰবাৰ বলিয়া মানুহ। ই সান্দহ-বলিয়া। বাৰু,
ৰজাক খুঁজি খাবিগৈ সান্দহ কাইলৈ। এতিয়া বান্ধি থওঁগৈ বল।
ৰজাক খুঁজি খাবিগৈ সান্দহ কাইলৈ। এতিয়া বান্ধি থওঁগৈ বল।
(টেটোনৰ কঁকালত পঘা লগায় ) বল, কটা, বল।
(টেটোনৰ কঁকালত পঘা লগায় ) বল, কটা, বল।


টেটোন — বাৰু, বলাঁ। কিন্তু, কঁকালৰ বান্ধটো এফেৰি টানি দিয়াঁ । নহ’লে,
টেটোন।— বাৰু, বলাঁ। কিন্তু, কঁকালৰ বান্ধটো এফেৰি টানি দিয়াঁ। নহ’লে,
কাছুটি খনে নৰওঁ নৰওঁকৈ ওজৰ কৰিছে। কালিৰেপৰা মােৰ
কাছুটি খনে নৰওঁ নৰওঁকৈ ওজৰ কৰিছে। কালিৰেপৰা মোৰ
পেটত লখিমীৰ সঞ্চাৰ হােৱা নাই।
পেটত লখিমীৰ সঞ্চাৰ হোৱা নাই।