পৃষ্ঠা:টেটোন তামুলী.pdf/২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
২য়, চোৰ।— (পিঠি পাতি) এয়া নহয়।


টেটোন।— মন্ত্ৰই গুণ দিছে বাপেকে! (স্ফূৰ্ত্তিৰে সৈতে বোকোচাত উঠে)।
২য়, চোৰ — (পিঠি পাতি) এয়া নহয়।


{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}(টেটোনক বোকোচাত লৈ তিনিওৰো প্ৰস্থান।)
টেটোন — মন্ত্ৰই গুণ দিছে বাপেকে ! (স্ফূৰ্ত্তিৰে সৈতে বােকোচাত উঠে)।
<center>⸺<>⌾<>⸺</center>


<center>{{Xx-larger|'''দ্বিতীয় পট,&mdash;'''}}<br/>
{{gap}}{{gap}}{{gap}}(টেটোনক বােকোচাত লৈ তিনিওৰো প্রস্থান।)
<center>⸺⸺</center>


চহকী গৃহস্থৰ বৰঘৰ।</center>
<center>{{Xx-larger|'''দ্বিতীয় পট,'''}}</center>
<center>চহকী গৃহস্থৰ বৰঘৰ।</center>


গৃহস্থ — (বৰঘৰৰ দুৱাৰ কেইখন ভালকৈ মৰা হৈছে নে নাই পৰীক্ষা কৰি
গৃহস্থ।— (বৰঘৰৰ দুৱাৰ কেইখন ভালকৈ মৰা হৈছে নে নাই পৰীক্ষা কৰি
চায়। বােলে, হৰিণাৰ গাৰ মঙহেই শত্রু। মােৰ ধন-বস্তুববাৰেই
চায়। বোলে, হৰিণাৰ গাৰ মঙহেই শত্ৰু। মোৰ ধন-বস্তুববাৰেই
কাল হল। এইবােৰ আৰ্জ্জোতে যি দুখ পাইছিলোঁ, ৰাখোঁতে
কাল হল। এইবোৰ আৰ্জ্জোতে যি দুখ পাইছিলোঁ, ৰাখোঁতে
এতিয়া তাৰ ষাঠিগুণ দুখ পাইছোঁ। ই মােৰ শােৱন-খান
এতিয়া তাৰ ষাঠিগুণ দুখ পাইছোঁ। ই মোৰ শোৱন-খান
নাইকিয়া কৰিছে। ৰাতি চিল্‌মিল্‌কৈ টোপনি আহিলেও,
নাইকিয়া কৰিছে। ৰাতি চিল্‌মিল্‌কৈ টোপনি আহিলেও,
মেকুৰী—নিগনিয়ে জেৰজেৰালেই কাণ-সাৰ দি শুনি থাকোঁ; বতাহত
মেকুৰী—নিগনিয়ে জেৰজেৰালেই কাণ-সাৰ দি শুনি থাকোঁ; বতাহত
দুৱাৰে কেৰ্‌কেৰালেই উঠি আহি চাওঁ। সিদিনা ধনৰ
দুৱাৰে কেৰ্‌কেৰালেই উঠি আহি চাওঁ। সিদিনা ধনৰ
পেৰাটো চোৰে নিবৰপৰা মােৰ দেহত তৰণি নাই। পিচদিনাই
পেৰাটো চোৰে নিবৰপৰা মোৰ দেহত তৰণি নাই। পিচদিনাই
বাকীখিনি ধন কলহত ভৰাই নিজানে নিজানে নি বাৰীচুকত
বাকীখিনি ধন কলহত ভৰাই নিজানে নিজানে নি বাৰীচুকত
পুতি থলোঁগৈ। এই কথা কাকো কোৱা নাই ; সিজনীকো
পুতি থলোঁগৈ। এই কথা কাকো কোৱা নাই; সিজনীকো
কোৱা নাই। নকওঁ, বেৰ-চালৰো কাণ আছে। নােকোৱাকৈ
কোৱা নাই। নকওঁ, বেৰ-চালৰো কাণ আছে। নোকোৱাকৈ
মৰোঁ যদি, ধনগুলৈয়ে পাওক ; তথাপি চোৰৰ বুকুত নিদিওঁ।
মৰোঁ যদি, ধনগুলৈয়ে পাওক; তথাপি চোৰৰ বুকুত নিদিওঁ।
(দুৱাৰ-ডাংকেইটা আকৌ এবাৰ হেঁচি টানকৈ মাৰি) কিমান
(দুৱাৰ-ডাংকেইটা আকৌ এবাৰ হেঁচি টানকৈ মাৰি) কিমান
নাে পৰ্‌ দিম আৰু!
নো পৰ্‌ দিম আৰু!


শােৱাখোটালীপৰা — আজি ৰাতিৰে-ৰাতিটো পহৰা দিয়ে থাকিব নে?
শোৱাখোঁটালীপৰা।— আজি ৰাতিৰে-ৰাতিটো পহৰা দিয়ে থাকিব নে?
শােৱাপাটীত নপৰোঁ বুলিয়েই লাগিছে নে কি?
শোৱাপাটীত নপৰোঁ বুলিয়েই লাগিছে নে কি?