পৃষ্ঠা:টেটোন তামুলী.pdf/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
নহলেও তেও মোৰ পেটজনাৰ জঞ্জালটো ভাঙ্গিব পৰা হব। কিন্তু,

নহলেও তেও মােৰ পেটজনাৰ জঞ্জালটো ভাঙ্গিব পৰা হব। কিন্তু,
এই ফেৰাই মেনী ম’হৰ গাখীৰৰ হে কাম দিব; শুকুলী হাতীৰ
এই ফেৰাই মেনী ম’হৰ গাখীৰৰ হে কাম দিব; শুকুলী হাতীৰ
পিঠিত উঠা সুখ ফেৰাওতো লাগে। বাৰু, দেখা যাওক, কৰ
পিঠিত উঠা সুখ ফেৰাওতো লাগে। বাৰু, দেখা যাওক, কৰ
পানী কলৈ যায়। আছে তাৰো উপায় ! (কেঁকাই কেঁকাই )
পানী কলৈ যায়। আছে তাৰো উপায়! (কেঁকাই কেঁকাই )
হে মােৰ কপাল! বোলে, দৰিদ্ৰ লঙ্কালৈ যায়, লঙ্কাত জুই
হে মোৰ কপাল! বোলে, দৰিদ্ৰ লঙ্কালৈ যায়, লঙ্কাত জুই
লাগে!⸺ওঁ–হুঁ—হুঁ।
লাগে!—ওঁ–হুঁ—হুঁ।


২য়, চোৰ — (উচাপ্ খাই) ঔ ককাই, এতিয়াহে মৰিলোঁ ! এইটো মানুহ।
২য়, চোৰ।— (উচাপ্ খাই) ঔ ককাই, এতিয়াহে মৰিলোঁ! এইটো মানুহ।
কেনি পলাওঁ মই !
কেনি পলাওঁ মই!


টেটোন — অ, নেলাগে পলাব, মই হে। বােলোঁ, এৰি নগলে লগ ধৰিব হে
টেটোন।— অ, নেলাগে পলাব, মই হে। বোলোঁ, এৰি নগলে লগ ধৰিব হে
খোজোঁ।
খোজোঁ।


১ম, চোৰ — হেৰ, ই ধৰে হেনোঔ!
১ম, চোৰ।— হেৰ, ই ধৰে হেনোঔ!


টেটোন — ভয় নাই। লগ হে ধৰিব খুজিছোঁ।
টেটোন।— ভয় নাই। লগ হে ধৰিব খুজিছোঁ।


১ম, চোৰ — কিনাে কয় অ! ই আমাক চোৰ বুলি চিনিছে হবলা?
১ম, চোৰ।— কিনো কয় অ! ই আমাক চোৰ বুলি চিনিছে হবলা?


টেটোন — অ, নিচিনিম নাে কিয় হেৰা? সাপে হে সাপৰ ঠেং দেখে।
টেটোন — অ, নিচিনিম নো কিয় হেৰা? সাপে হে সাপৰ ঠেং দেখে।
সেই হে লগ ধৰিব খুজিছোঁ। ককাইহঁতঐ, যি ঘৰত হে
সেই হে লগ ধৰিব খুজিছোঁ। ককাইহঁতঐ, যি ঘৰত হে
সােমাইছিলােঁগৈ! কি হ’ব ক’লে! মই অকল দেখি হে ? যি হে
সোমাইছিলোঁগৈ! কি হ’ব ক’লে! মই অকল দেখি হে? যি হে
বস্তু বাজ কৰি লৈছিলোঁ। পিচে, কপাল ! ভাৰ কানত তুলি
বস্তু বাজ কৰি লৈছিলোঁ। পিচে, কপাল! ভাৰ কানত তুলি
লওঁতেই কঁকাল-মােচোকা খালোঁ। কোনােমতে বগুৱাবাই আহি
লওঁতেই কঁকাল-মোচোকা খালোঁ। কোনোমতে বগুৱাবাই আহি
এইখিনিতে বহি আছোঁ।
এইখিনিতে বহি আছোঁ।


২য়, চোৰ — কি কথা আছে, ভাৰ লােৱাত মই আছোঁ নহয়। ককাইটি,
২য়, চোৰ।— কি কথা আছে, ভাৰ লোৱাত মই আছোঁ নহয়। ককাইটি,
নকৈছিলোঁ, বােলোঁ, ভাৰ লবলৈকো এটা লাগে।
নকৈছিলোঁ, বোলোঁ, ভাৰ লবলৈকো এটা লাগে।


১ম, চোৰ — বাৰু, ৰবিচোন তই। এওঁৰ সৈতে সােধা-পােছা কৰি চাওঁ।
১ম, চোৰ।— বাৰু, ৰবিচোন তই। এওঁৰ সৈতে সোধা-পোছা কৰি চাওঁ।


টেটোন — সোধা-পােছাৰ সকাম নাই, আমি উঠিব হে লাগে। যাওঁ বলাহঁক।
টেটোন।— সোধা-পোছাৰ সকাম নাই, আমি উঠিব হে লাগে। যাওঁ বলাহঁক।
সৰহ দূৰৈ নহয়, সৌ ধাপ-মৰা বাৰীখনেই। বৰ চহকী মানুহ
সৰহ দূৰৈ নহয়, সৌ ধাপ-মৰা বাৰীখনেই। বৰ চহকী মানুহ
দেও সেই ঘৰ।
দেও সেই ঘৰ।