পৃষ্ঠা:টেটোন তামুলী.pdf/১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
—সৌৱা নহয়, বাপেকে, চাপিছেহি আমাৰো কোনোবা। পিঠিত

⸺সৌৱা নহয়, বাপেকে, চাপিছেহি আমাৰো কোনােবা। পিঠিত
তুলি নি খুৱাবগৈ এতিয়া। (মূৰে-কপালে হাত দি নিটাল
তুলি নি খুৱাবগৈ এতিয়া। (মূৰে-কপালে হাত দি নিটাল
মাৰে)
মাৰে)।


<center>(দুটা চোৰৰ প্ৰৱেশ)</center>
<center>(দুটা চোৰৰ প্ৰৱেশ)</center>
১ম, চোৰ — এঃ, গৃহস্তে সাৰ পায় বুলিহে ভয় । নহলে, মােৰ দৰে উমানত বস্তু বাছিব জানে কেইটাই ?
১ম, চোৰ।— এঃ, গৃহস্তে সাৰ পায় বুলিহে ভয়। নহলে, মোৰ দৰে উমানত বস্তু বাছিব জানে কেইটাই?


২য়, চোৰ — এৰা, মােৰ হ’লে দুৱাৰ মেলোঁতেই গম্ পায় যেন লাগি যায়।
২য়, চোৰ।— এৰা, মোৰ হ’লে দুৱাৰ মেলোঁতেই গম্ পায় যেন লাগি যায়।
অ, সিদিনা আকৌ, জানিছ, বৰচাঙৰপৰা বােন্দাটো নামি অহা
অ, সিদিনা আকৌ, জানিছ, বৰচাঙৰপৰা বোন্দাটো নামি অহা
দেখিয়েই মানুহ বুলি বৰ ভয় খালোঁ ককাই! কিনাে কম,
দেখিয়েই মানুহ বুলি বৰ ভয় খালোঁ ককাই! কিনো কম,
দুদিনলৈকে মােৰ বুকুখনে ধানবনাদি বানি আছিল। সেই হে
দুদিনলৈকে মোৰ বুকুখনে ধানবনাদি বানি আছিল। সেই হে
বােলোঁ, মােক আগ নকৰিবি, বহিৰতে থবি; মুঠেই, ভাৰ লবৰ
বোলোঁ, মোক আগ নকৰিবি, বহিৰতে থবি; মুঠেই, ভাৰ লবৰ
বেলিকা মােক বিচাৰিবি।
বেলিকা মোক বিচাৰিবি।


১ম, চোৰ — অ, ইয়ালৈকে মতাটো হৈ উপজিছিলি? ভয়ৰ গােট ইমানটো
১ম, চোৰ।— অ, ইয়ালৈকে মতাটো হৈ উপজিছিলি? ভয়ৰ গোট ইমানটো
হ’লে ইমান ডাঙৰ কামলৈ ওলাবই নেলাগে! হেৰ, বুধি জানিলে
হ’লে ইমান ডাঙৰ কামলৈ ওলাবই নেলাগে! হেৰ, বুধি জানিলে
ভয় নাই। শুন, আন একো নেপালে দুৱাৰ-চুকৰ গাঁথিত
ভয় নাই। শুন, আন একো নেপালে দুৱাৰ-চুকৰ গাঁথিত
২০ নং শাৰী: ১৯ নং শাৰী:
নেকেৰায়। মনত ৰাখিবি।
নেকেৰায়। মনত ৰাখিবি।


২য়, চোৰ —এৰা, এই দৰে বিদাটো শিকাবি আকৌ, তেহে পাৰোঁ
২য়, চোৰ।— এৰা, এই দৰে বিদাটো শিকাবি আকৌ, তেহে পাৰোঁ
এতিয়াৰপৰা চাবিচোন তেন্তে। আজি ৰাতিয়েই দেখিবিচোন।
এতিয়াৰপৰা চাবিচোন তেন্তে। আজি ৰাতিয়েই দেখিবিচোন।


১ম, চোৰ — সঁচা, হয়। মাকৰ পেটতে কোনেও শিকি নাহে। তই বাৰু
১ম, চোৰ।— সঁচা, হয়। মাকৰ পেটতে কোনেও শিকি নাহে। তই বাৰু
মােৰ চালত চলিবিচোন, তােক মই মানুহ কৰি হে এৰিম ।
মোৰ চালত চলিবিচোন, তোক মই মানুহ কৰি হে এৰিম।
নিছয় বুজিবি।
নিছয় বুজিবি।


টেটোন — (আপােনা-আপুনি) এৰা, মোৰ মন্ত্ৰফাঁকিয়ে হাতে-হাতে গুণ
টেটোন।— (আপোনা-আপুনি) এৰা, মোৰ মন্ত্ৰফাঁকিয়ে হাতে-হাতে গুণ
দিলে। ইহঁতেই মােক দুখত আনদ কৰাব যেন পাইছোঁ।
দিলে। ইহঁতেই মোক দুখত আনদ কৰাব যেন পাইছোঁ।
এতিয়া ইহঁতৰ লগৰ এটা হৈ লব পাৰিলেই কাম সাধিলোঁ; —আন,
এতিয়া ইহঁতৰ লগৰ এটা হৈ লব পাৰিলেই কাম সাধিলোঁ; —আন,