পৃষ্ঠা:টেটোন তামুলী.pdf/১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center>{{Xx-larger|}}'''দ্বিতীয় অঙ্ক।'''</center>
<center>{{Xx-larger|'''দ্বিতীয় অঙ্ক।'''}}
<center>প্রথম পট,⸺-ৰাজ-আলি।</center>


⸺<>○<>⸺
টেটোন — (অকলশৰে বহি) অহ, আজি এই পৃথিবীখনেই মােৰ ফুৰা-

'''প্রথম পট,&mdash;ৰাজ-আলি।'''</center>

টেটোন।— (অকলশৰে বহি) অহ, আজি এই পৃথিবীখনেই মােৰ ফুৰা-
চকাৰ ঠাই। গােটেই জগতখনেই মােৰ বন্ধু। জোন, বেলি, তৰা
চকাৰ ঠাই। গােটেই জগতখনেই মােৰ বন্ধু। জোন, বেলি, তৰা
সকলােৱেই মােৰ সুখ-দুখ দেখোঁতা। ইমানত আৰু অমুকাৰ
সকলােৱেই মােৰ সুখ-দুখ দেখোঁতা। ইমানত আৰু অমুকাৰ
১৭ নং শাৰী: ২০ নং শাৰী:
মােলৈকো তেনে কোনােবা আছে বা? ময়ােচান সেই গটকে
মােলৈকো তেনে কোনােবা আছে বা? ময়ােচান সেই গটকে
এবাৰ ধৰি চাওঁ।—কি বুলি ? (অলপ ভাবে) এঃ, যি বুলি
এবাৰ ধৰি চাওঁ।—কি বুলি ? (অলপ ভাবে) এঃ, যি বুলি
আহে, মাৰি দিওঁ, বাপেকে, সেই বুলিয়েইঃ⸺
আহে, মাৰি দিওঁ, বাপেকে, সেই বুলিয়েই:—
<poem>

“অ, বােপায়ে খেদিলে দুপৰীয়া ভােকত,
“অ, বােপায়ে খেদিলে দুপৰীয়া ভােকত,
আই নাছিলে ঘৰত।
আই নাছিলে ঘৰত।
অ, কোন্ কত আছাহঁক এই জগতত,
অ, কোন্ কত আছাহঁক এই জগতত,
এমুঠি দিয়াঁহি মুখত।”
এমুঠি দিয়াঁহি মুখত।”</poem>