পৃষ্ঠা:টেটোন তামুলী.pdf/২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:
ঘিঁউত জুবুৰিয়াই দি চেচঁনি পেলাই লব খুজিছোঁ।
ঘিঁউত জুবুৰিয়াই দি চেচঁনি পেলাই লব খুজিছোঁ।


হালােৱা — কটা, সঁচাই বুলিছ নে? (খেদা মাৰি) হালােৱ এছাৰিৰ
হালােৱা — কটা, সঁচাই বুলিছ নে? (খেদা মাৰি) হালােৱা এছাৰিৰ
কোবত বেবাকৰাই পেলাম বুলি জনা নাই নে ?
কোবত বেবাকৰাই পেলাম বুলি জনা নাই নে ?


১১ নং শাৰী: ১১ নং শাৰী:
নেচেল ।
নেচেল ।


গৃহস্থ — ৰবাঁ, হেৰা। এইটো কৰবাৰ অহো বলিয়া আধাকটা ল’ৰা।
গৃহস্থ — ৰবাঁ, হেৰা। এইটো কৰবাৰ অহৌ বলিয়া আধাকটা ল’ৰা।
ইয়াৰে চুপতি মাৰি কি অন্ত পাবা ? এতিয়া ইয়াক উল্‌মুলাই
ইয়াৰে চুপতি মাৰি কি অন্ত পাবা ? এতিয়া ইয়াক উম্‌লাই
কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, আছে
কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, আছে
যদি গাঁথিত, পইচা এটা দি সৌ পােহাৰীজনীৰপৰা কল
যদি গাঁথিত, পইচা এটা দি সৌ পােহাৰীজনীৰপৰা কল