পৃষ্ঠা:টেটোন তামুলী.pdf/২৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৪ নং শাৰী: ৪ নং শাৰী:


হালােৱা — কটা, সঁচাই বুলিছ নে? (খেদা মাৰি) হালােৱ এছাৰিৰ
হালােৱা — কটা, সঁচাই বুলিছ নে? (খেদা মাৰি) হালােৱ এছাৰিৰ
কোবত বেবাকৰাই পেলাম বুলি জনা নাই নে ?
কোবত বেবাকৰাই পেলাম বুলি জনা নাই নে ?


টেটোন — নেজানিম নো কিয় হেৰা। জানিছোঁ দেখিতো কওঁ, বোলোঁ,
টেটোন — নেজানিম নো কিয় হেৰা। জানিছোঁ দেখিতো কওঁ, বোলোঁ,
১১ নং শাৰী: ১১ নং শাৰী:
নেচেল ।
নেচেল ।


গৃহস্থ — , হেৰ। এইটো কৰবাৰ অহো বলিয়া আধাকটা লৰা।
গৃহস্থ — ৰবাঁ, হেৰা। এইটো কৰবাৰ অহো বলিয়া আধাকটা ল’ৰা।
ইয়াৰে চুপতি মাৰি কি অন্ত পাব ? এতিয়া ইয়াক উমুলাই
ইয়াৰে চুপতি মাৰি কি অন্ত পাবা ? এতিয়া ইয়াক উল্‌মুলাই
কোনমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, অাছে
কোনোমতে ৰজাৰ আগত দিবগৈ পাৰিলেই হয়। হেৰা, আছে
যদি গাঁথিত, পইচা এটা দি সে পােহাৰীজনীৰপৰা কল
যদি গাঁথিত, পইচা এটা দি সৌ পােহাৰীজনীৰপৰা কল
দুটামানকে আনি দিয়া হে।
দুটামানকে আনি দিয়াঁ হে।

হালােৱা।-এ, মােৰ গাঁথিত নাই দেও! মই পথাৰলৈ আহিছিলো, পইচা
হালােৱা — এ, মােৰ গাঁথিত নাই দেও! মই পথাৰলৈ আহিছিলোঁ, পইচা
কেলেই আনিছোঁ !
কেলেই আনিছোঁ !

গৃহস্থ এৰা, মােৰ হাতে শুদা !
গৃহস্থ এৰা, মােৰ হাতো শুদা !
টেটোন।–টোকোনা চিকটা ককাইহঁত! বােলে, গােচৰলৈ আহিছাইক,

টেটোন — টোকোনা চিকটা ককাইহঁত! বােলোঁ, গােচৰলৈ আহিছাহঁক,
হাতত পইচা এটি নাই! বাৰু, তােমালােকৰ জৰী কেগছকে
হাতত পইচা এটি নাই! বাৰু, তােমালােকৰ জৰী কেগছকে
লেজুৱাকৈ এৰি দিয়াহঁকচোন, যােৰ বুধিৰ মােনাটোকে মেলি
লেজুৱাকৈ এৰি দিয়াহঁকচোন, মোৰ বুধিৰ মােনাটোকে মেলি
চাওঁ।।
চাওঁ।।

হালােৱা , , , মই বাৰু দিছে ঢিলাই ।
হালােৱা — অঁ, অঁ, অঁ, মই বাৰু দিছোঁ ঢিলাই ।
গৃহস্থ-বাৰু, ময়ো দিছে। এবি, যক সি কেনেকৈ পাৰে মাৰকগৈ কটো

গৃহস্থবাৰু, ময়ো দিছোঁ এৰি, যক সি কেনেকৈ পাৰে মাৰকগৈ খঁকটো
আপুনি।
আপুনি।

পােহাৰী—এৰা তাে, ভোকত কল বন এটা খাবলৈ এৰি দিব লাগে তো।
পােহাৰী — এৰা তাে, ভোকত কল বন এটা খাবলৈ এৰি দিব লাগে তো।
হেজাৰ হলেও মানুহৰ পােৱালি হে দেহি।
হেজাৰ হলেও মানুহৰ পােৱালি হে দেহি!