পৃষ্ঠা:টেটোন তামুলী.pdf/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:


টেটোন — কিয়, গুণ নাে নহব কিয়? মই দুইটা আৰ্জিম চাই থাকিবা
টেটোন — কিয়, গুণ নাে নহব কিয়? মই দুইটা আৰ্জ্জিম চাই থাকিবা
এতিয়া,⸺(গৃহস্থৰ হাতৰপৰা টোকোনডাল টান মাৰি লৈ, লৰ
এতিয়া,⸺(গৃহস্থৰ হাতৰপৰা টোকোনডাল টান মাৰি লৈ, লৰ
মাৰি গৈ, গৰুটো একেমাৰে বধি, উলটি আহে।)
মাৰি গৈ, গৰুটো একেমাৰে বধি, উলটি আহে।)
২৭ নং শাৰী: ২৭ নং শাৰী:
টেটোন — ই-এ। এইটো কেনে মানুহ ঔ! ইয়েই মাৰিবলৈ কয় গৰুটো,
টেটোন — ই-এ। এইটো কেনে মানুহ ঔ! ইয়েই মাৰিবলৈ কয় গৰুটো,
ইয়েই হেনাে গােচৰ দিয়েগৈ ! অ, উচটাই গাে-বধ কৰাই এতিয়া
ইয়েই হেনাে গােচৰ দিয়েগৈ ! অ, উচটাই গাে-বধ কৰাই এতিয়া
পৰাচিতৰ ধন দিব লাগে বুলি এইখন টাং-বাং কৰিছ। বাক,
পৰাচিতৰ ধন দিব লাগে বুলি এইখন টাং-বাং কৰিছ। বাৰু,
বল ৰজাৰ আগলৈ। কাৰ ভাগত কি আছে দেখা যাব।
বল ৰজাৰ আগলৈ। কাৰ ভাগত কি আছে দেখা যাব।
এটাতকৈ বঢ়াই মাৰ মাৰিছোঁ যদি, মােৰ গাত ঘাটি।
এটাতকৈ বঢ়াই মাৰ মাৰিছোঁ যদি, মােৰ গাত ঘাটি।


{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}(প্ৰস্থান)
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}(প্ৰস্থান)
<center>⸻⸻</center>