পৃষ্ঠা:টেটোন তামুলী.pdf/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "- --- টেটোন-মুলি। টেটোন।-কিয়, গুণ নাে নহব কিয়? মই দু..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

-
টেটোন — কিয়, গুণ নাে নহব কিয়? মই দুইটা আৰ্জিম চাই থাকিবা
---
এতিয়া,⸺(গৃহস্থৰ হাতৰপৰা টোকোনডাল টান মাৰি লৈ, লৰ
টেটোন-মুলি।
মাৰি গৈ, গৰুটো একেমাৰে বধি, উলটি আহে।)
টেটোন।-কিয়, গুণ নাে নহব কিয়? মই দুইটা আৰ্জিম চাই থাকিব।

এতিয়া,Aগৃহস্থৰ হাতৰপৰা টোকোড়াল টান মাৰি লৈ, লৰ
হালােৱা ক’তা গৰুটো ওভতাই নানিলা দেখােন।
মাৰি গৈ, গৰুটো একেমাৰে বধি, উলটি আহে।

হালােৱা ক’তা গৰুটো ওভতাই নানিলা দেখােন।
টেটোন -তুমি জানাে আনিবলৈ কৈছিলা ? ৰাখি থৈ আহিবলৈ হে
টেটোন তুমি জানাে আনিবলৈ কৈছিলাঁ ? ৰাখি থৈ আহিবলৈ হে
| কৈছিল। সৌটো নহয়, একেটা মাৰতে ৰাখি থৈ আহিছে।
কৈছিলাঁ। সৌটো নহয়, একেটা মাৰতে ৰাখি থৈ আহিছোঁ।

হালােৱা।—কি কোৱা !
হালােৱা — কি কোৱাঁ !
টেটোন।ভাল কৈছে। যেনেকৈ কৈ পঠিয়াইছিল, তেনেকৈ কৰি

থৈ আহিছে। চোৱাগৈ মিছা কৈছো যদি, জিভ মেলি দীঘল
টেটোন — ভাল কৈছোঁ। যেনেকৈ কৈ পঠিয়াইছিলাঁ, তেনেকৈ কৰি
থৈ আহিছোঁ। চোৱাঁগৈ মিছা কৈছোঁ যদি, জিভা মেলি দীঘল
দি পৰি আছে সৌটো।
দি পৰি আছে সৌটো।

হালােৱ। —ঔ কটা, তই দহন মােক মৰিয়াই মাৰিলি একা?
হালােৱা — ঔ কটা, তই দহোন মােক মৰিয়াই মাৰিলি একা?
টেটোন—অ, তােমাক মৰিয়াই মাৰিলোঁ আকৌ কেতিয়া ? গৰুটো হে

মাৰিবলৈ কৈছিল; তাক হে মাৰিলো। তুমি নােকোৱাকৈ
টেটোন — অ, তােমাক মৰিয়াই মাৰিলোঁ আকৌ কেতিয়া ? গৰুটো হে
আকৌ তােমাক কিয় মাৰিম
মাৰিবলৈ কৈছিলা; তাক হে মাৰিলোঁ। তুমি নােকোৱাকৈ
হলােৱা।—অ, মই ইবােৰ-সিবােৰ কথা নোনাে । বল, ৰজাৰ আগত
আকৌ তােমাক কিয় মাৰিম ?
দিওগে। ময়য় এগছ লগাওঁ জৰী (টেটোনৰ কঁকালত এবী

হলােৱা — অ, মই ইবােৰ-সিবােৰ কথা নেজানাে । বল, ৰজাৰ আগত
দিওঁগৈ। ময়ো এগছ লগাওঁ জৰী (টেটোনৰ কঁকালত জৰী
লগায়)।
লগায়)।

টেটোন-ই-এ। এইটো কেনে মানুহ ঔ! ইয়েই মাৰিবলৈ কয় গৰটো,
টেটোনই-এ। এইটো কেনে মানুহ ঔ! ইয়েই মাৰিবলৈ কয় গৰুটো,
ইয়েই হেনাে গােচৰ দিয়েগৈ অ, উচটাই গাে-বধ কৰাই এতি
ইয়েই হেনাে গােচৰ দিয়েগৈ ! অ, উচটাই গাে-বধ কৰাই এতিয়া
পৰাচিতৰ ধন দিব লাগে বুলি এইখন টাং-বাং কৰিছ। বাক,
পৰাচিতৰ ধন দিব লাগে বুলি এইখন টাং-বাং কৰিছ। বাক,
বল ৰজাৰ আগলৈ। কাৰ ভাগত কি আছে দেখা যাৰ।
বল ৰজাৰ আগলৈ। কাৰ ভাগত কি আছে দেখা যাব।
এটাতকৈ বঢ়াই মাৰ মাৰিছে যদি, মােৰ গাত ঘাটি।
এটাতকৈ বঢ়াই মাৰ মাৰিছোঁ যদি, মােৰ গাত ঘাটি।

{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}(প্ৰস্থান)