পৃষ্ঠা:টেটোন তামুলী.pdf/২৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "টেটোন-তালি। গৃহস্থ।--তােৰ কেলকেলনি শুনি থাকিলে গ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

টেটোন-তালি।
গৃহস্থ।--তােৰ কেলকেলনি শুনি থাকিলে গা লৰয় আৰু। উঠ যদি উঠ,
গৃহস্থ — তােৰ কেল্‌কেলনি শুনি থাকিলে গা নৰয় আৰু। উঠ যদি উঠ,
নহলে চেঁচৰাই নিম এতিয়া।
নহলে চোঁচৰাই নিম এতিয়া।

টেটোন।-বাৰু, উঠিছো, বলা। কিন্তু, মােৰ পেটজনাক পুজা এভাগি
টেটোন — বাৰু, উঠিছোঁ, বলাঁ। কিন্তু, মােৰ পেটজনাক পুজা এভাগি
নিদিলে তােক পাপে চুব, জানিবা দেই। (প্রস্থান।)
নিদিলে তােমাক পাপে চুব, জানিবা দেই। (প্রস্থান।)
চতুর্থ পট,-
<center>⸻⸻</center>
পথৰুৱা আলি।

(কানত নাঙ্গল লৈ এটা হালােৱৰ প্ৰৱেশ)
<center>{{Xx-larger|'''চতুর্থ পট,⸺'''}}</center>
হালোৱা কানৰপৰা নাল নমাই থৈ) হেৰ ৰঙা, সও সও। ,
<center>পথৰুৱা আলি।</center>
দেখিছা এতিয়া, সি ঢাপলি হে ধৰিছে আকে! (উলটি চাই)

অ, ভাল হল এতিয়াহে। ইটোৰু খেদোতে সিটোও যায় সিফালে।
<center>(কানত নাঙ্গল লৈ এটা হালােৱৰ প্ৰৱেশ)</center>
(উলটি খেদা মাৰি) হেৰ, সও, বগা সও, সও। হাই-,

নয়, দেখিছ বাৰু! বক বাথৰ বুকত হােৱা গৰু কলৈ যায়,
হালোৱা কানৰপৰা নাঙ্গল নমাই থৈ) হেৰ ৰঙা, সও সও। উঃ,
দেখিছা এতিয়া, সি ঢাপলি হে ধৰিছে আকৌ! (উলটি চাই)
অ, ভাল হ’ল এতিয়াহে। ইটোক খেদোতে সিটোও যায় সিফালে।
(উলটি খেদা মাৰি) হেৰ, সও, বগা সও, সও। হাঁই-আঁই,
নৰয়, দেখিছা বাৰু! যক বাঘৰ বুকত হােৱা গৰু ক’লৈ যায়,
নেবাওঁ হাল ! কি কৰি, মই অকলে ইটোকে খেদিম নে সিটোকে
নেবাওঁ হাল ! কি কৰি, মই অকলে ইটোকে খেদিম নে সিটোকে
খেদিম। (আঁঠুত বাহু পেলাই বহি) মই কানি-খােলাৰেপৰা
খেদিম। (আঁঠুত বাহু পেলাই বহি) মই কানি-খােলাৰেপৰা
নকৈছিলো সিজনীক, বােলো, সাঙোৰৰ পথাৰ খান্দৰিত গুনঠিলে
নকৈছিলোঁ সিজনীক, বােলোঁ, সাঙোৰৰ পঘাৰ খান্দৰিত গুনঠিটো
ভালকৈ সুমুৱাৰি। গৰু চেঙ্গা বুলি তাই নেজানে জানাে ! ভাল
ভালকৈ সুমুৱাবি। গৰু চেঙ্গা বুলি তাই নেজানে জানাে ! ভাল
ল! আজি ৰুবিহি দুই হাতে।
ল! আজি ৰুবিহি দুই হাতে।
(কঁকালত ৰচা লগোৱা টেটোনক লৈ গৃহস্থৰ প্ৰৱেশ}
<center>(কঁকালত ৰচী লগোৱা টেটোনক লৈ গৃহস্থৰ প্ৰৱেশ}</center>

টেটোন।--ইজন বা কোন? একা লগৰীয়া কৰি লােৱা হওষ্ণচোৰ
টেটোন — ইজন বা কোন্‌? এওঁকো লগৰীয়া কৰি লােৱা হওকচোন
| ৰজাৰ আগলৈ।
ৰজাৰ আগলৈ।
হালােৱ আবেথে) হে দেউতাটি।

টেটোন।কিবা হল, বিতাটি ?
হালােৱা — (আথেবেথে) হে দেউতাটি।

টেটোন — কিবা হ’ল, বিধতাটি ?