পৃষ্ঠা:টেটোন তামুলী.pdf/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৯ নং শাৰী: ৯ নং শাৰী:
গৃহস্থ — হেৰ কটা, কোন্ তই?
গৃহস্থ — হেৰ কটা, কোন্ তই?


টেটোন — কোন্ মই! কিনে অকৰাঔ ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’,
টেটোন — কোন্ মই! কিনো অকৰাঔ ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’,
সুধিব লাগিছে মে মই কোন্‌? মই ৰাতিফুৰা।
সুধিব লাগিছে মে মই কোন্‌? মই ৰাতিফুৰা।


গৃহস্থ — কটা বন্দী তই চোৰ ?
গৃহস্থ — কটা বন্দী তই চোৰ ?
৩৪ নং শাৰী: ৩৪ নং শাৰী:


টেটোন — বাৰু, বলাঁ। কিন্তু, কঁকালৰ বান্ধটো এফেৰি টানি দিয়াঁ । নহ’লে,
টেটোন — বাৰু, বলাঁ। কিন্তু, কঁকালৰ বান্ধটো এফেৰি টানি দিয়াঁ । নহ’লে,
কাছুটি খনে নৰ নৰকৈ গুজৰ কৰিছে। কালিৰেপৰা মােৰ
কাছুটি খনে নৰওঁ নৰওঁকৈ ওজৰ কৰিছে। কালিৰেপৰা মােৰ
পেটত লখিমীৰ সঞ্চাৰ হােৱা নাই।
পেটত লখিমীৰ সঞ্চাৰ হােৱা নাই।