পৃষ্ঠা:টেটোন তামুলী.pdf/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৭৯৬ টেটোন-মুলি। চায় } এ, নহয় হবলা সাহৰ কলহ। কিনো এ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

৭৯৬
চায়) এঃ, নহয় হবলা সান্দহৰ কলহ। কিনো এইটো ঔ?
টেটোন-মুলি।
চায় } এ, নহয় হবলা সাহৰ কলহ। কিনো এইটো ঔ?
অ, ভাল কথা ; লগৰীয়াই বজাই চাবলৈ শিকাইছিল নহয়।
অ, ভাল কথা ; লগৰীয়াই বজাই চাবলৈ শিকাইছিল নহয়।
বাৰু, চাচোন বজাই কিনাে এইটো। (ঢােলত চাপৰ ধৰে।
বাৰু, চাওঁচোন বজাই কিনাে এইটো। (ঢােলত চাপৰ ধৰে)।

(ঢােলৰ মাত শুনি শোৱাচাঙ্গৰপৰা “কোন” “কেন” বুলি গৃহস্থে আহি
(ঢােলৰ মাত শুনি শোৱাচাঙ্গৰপৰা “কোন” “কোন” বুলি গৃহস্থে আহি
টেটোনক গবা মাৰি ধৰে। ই দুটা চোৰে ভিৰাই ধৰি লৰ মাৰে)।
টেটোনক গবা মাৰি ধৰে। ই দুটা চোৰে ভিৰাই ধৰি লৰ মাৰে)।

গৃহস্থা-হেৰ কটা, কোন্ তই?
গৃহস্থ — হেৰ কটা, কোন্ তই?
টেটোন।কোন্ মই! কিনে অকৰাওঁ ! বলে, হাতত পুথি, মঙ্গলবাৰ,

| সুধিব লাগিছে মে মই কো? মই ৰাতিফুৰা।
টেটোন — কোন্ মই! কিনে অকৰাঔ ! বোলে, ‘হাতত পুথি, মঙ্গলবাৰ’,
গৃহস্থ।—কটা বন্দী তই চোৰ ?
সুধিব লাগিছে মে মই কোন্‌? মই ৰাতিফুৰা।
টেটোন।{ভােলােৰাই আৰু নো ই কি বুলি ভাবিছিল! (ফুটাই )

বলে, চকু নাই নে ? এই মাজনিশা চোৰ নহৈ আলহী
গৃহস্থ — কটা বন্দী তই চোৰ ?
সােমাইছোহিনে? চোৰ নে আলহী চিনিবি পাচত; আগেয়ে

টেটোন — (ভােৰভোৰাই) আৰু নো ই কি বুলি ভাবিছিল! (ফুটাই )
বোলোঁ, চকু নাই নে ? এই মাজনিশা চোৰ নহৈ আলহী
সােমাইছোঁহিনে? চোৰ নে আলহী চিনিবি পাচত; আগেয়ে
মােক বাৰু সান্দহৰ কলহটো দেখুৱাই দেচোন।
মােক বাৰু সান্দহৰ কলহটো দেখুৱাই দেচোন।

গৃহস্থ।—অ, এইটোৱে কয় কি!
গৃহস্থ — অ, এইটোৱে কয় কি!
টেটোন —ভাল কৈছে। পেটৰ জঞ্জালটো বলে আগেয়ে মাৰি লওঁ,

টেটোন ভাল কৈছোঁ। পেটৰ জঞ্জালটো বোলোঁ আগেয়ে মাৰি লওঁ,
পাচতাে তােমাৰে সৈতে মেল মাৰি থাকিম।
পাচতাে তােমাৰে সৈতে মেল মাৰি থাকিম।

গৃহস্থ।—কটা, চোৰ বুলিলে ওৰ পৰে। ইয়াৰচোন মটমটনি বাঢ়িছে হে!
গৃহস্থ — কটা, চোৰ বুলিলে ওৰ পৰে। ইয়াৰচোন মট্‌মটনি বাঢ়িছে হে!
টেটোন বাৰু, মােক পাচেও ওৰ পেলাব। আগেয়ে ওৰ পেলও সান্দহৰ

কহ এটা, দেখুৱাই দিয়া।
টেটোন বাৰু, মােক পাচেও ওৰ পেলাবাঁ। আগেয়ে ওৰ পেলাওঁ সান্দহৰ
গৃহস্থ।—কটা, এইটো কৰবাৰ বলিয়া মানুহ । ই সাহবন্সিয়া। যাক,
কলহ এটা, দেখুৱাই দিয়া।
ৰজাক খুঁজি খার্থিগৈ সান্দহ কাইলৈ। এতিয়া বান্ধি থওঁগৈ বল।

{টেটোনৰ কঁকালত পৰা লগায় } বল, কটা, বল।
গৃহস্থ — কটা, এইটো কৰবাৰ বলিয়া মানুহ । ই সান্দহ-বলিয়া। বাৰু,
টেটোন।বাৰু, বলা। কিন্তু, কঁকালৰ বান্ধটো এফেৰি টানি দিয়ানহলে,
ৰজাক খুঁজি খাবিগৈ সান্দহ কাইলৈ। এতিয়া বান্ধি থওঁগৈ বল।
(টেটোনৰ কঁকালত পঘা লগায় ) বল, কটা, বল।

টেটোন — বাৰু, বলাঁ। কিন্তু, কঁকালৰ বান্ধটো এফেৰি টানি দিয়াঁনহ’লে,
কাছুটি খনে নৰ নৰকৈ গুজৰ কৰিছে। কালিৰেপৰা মােৰ
কাছুটি খনে নৰ নৰকৈ গুজৰ কৰিছে। কালিৰেপৰা মােৰ
পেটত লখিমীৰ সঞ্চাৰ হােৱা নাই।
পেটত লখিমীৰ সঞ্চাৰ হােৱা নাই।