পৃষ্ঠা:টেটোন তামুলী.pdf/১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

JyotiPN (আলোচনা | বৰঙণি)
No edit summary
JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩ নং শাৰী: ৩ নং শাৰী:


টেটেনি — এ, কওঁতেই ক’লা, বােলে, যঁতৰতে শলা। উঠিবলৈ নেদেখিছা,
টেটেনি — এ, কওঁতেই ক’লা, বােলে, যঁতৰতে শলা। উঠিবলৈ নেদেখিছা,
চিপ্‌ মাৰি কঁকালটো লৰাবই পৰা নাই! উস্‌ উস্‌ উস্‌।

{{gap}}চিপ্‌ মাৰি কঁকালটো লৰাবই পৰা নাই! উস্‌ উস্‌ উস্‌।


২য়, চোৰ — পিচে ?
২য়, চোৰ — পিচে ?
১৩ নং শাৰী: ১২ নং শাৰী:


১ম, চোৰ — এ, নহয় অ, অর্থৎ তেওঁক বােকোচাত লব লাগে;
১ম, চোৰ — এ, নহয় অ, অর্থৎ তেওঁক বােকোচাত লব লাগে;
⸺নহয় নে হে?

{{gap}}⸺নহয় নে হে?


টেটোন — হয়, ঠিক ধৰিলাঁ কথাটো। তােমাৰ বুধিটো বৰ চোকা।
টেটোন — হয়, ঠিক ধৰিলাঁ কথাটো। তােমাৰ বুধিটো বৰ চোকা।


২য়, চোৰ — কিয়, মই আছোঁ নহয়। কি কথা আছে, ময়ে লম বাৰু
২য়, চোৰ — কিয়, মই আছোঁ নহয়। কি কথা আছে, ময়ে লম বাৰু
বােকোচাত ।

{{gap}}বােকোচাত ।


১ম, চোৰ — বেচ কথা। সেইটো হল বাৰু। পিচে, ভিতৰ সোমাব
১ম, চোৰ — বেচ কথা। সেইটো হল বাৰু। পিচে, ভিতৰ সোমাব
কোন্‌টো ?

{{gap}}কোন্‌টো ?


টেটোন — সেইটো মােকে ধৰি থোৱাঁচোন।
টেটোন — সেইটো মােকে ধৰি থোৱাঁচোন।
৩১ নং শাৰী: ২৭ নং শাৰী:


টেটোন — সেইটো নজনাকৈয়ে নো চোৰৰ বৃত্তিটো মূৰত লৈছোঁ নে? তথাপি,
টেটোন — সেইটো নজনাকৈয়ে নো চোৰৰ বৃত্তিটো মূৰত লৈছোঁ নে? তথাপি,
শুনােচান তোমাৰ বুধিটোও।

{{gap}}শুনােচান তোমাৰ বুধিটোও।


১ম, চোৰ — মই হলে কৰোঁ কি, এন্ধাৰত খপিয়াই পোৱা বস্তুবােৰ
১ম, চোৰ — মই হলে কৰোঁ কি, এন্ধাৰত খপিয়াই পোৱা বস্তুবােৰ
নিয়মীয়াকৈ বজাই চাওঁ। তেহে কেনে দৰৰ বস্তু বুজিব পাৰি।

{{gap}}নিয়মীয়াকৈ বজাই চাওঁ। তেহে কেনে দৰৰ বস্তু বুজিব পাৰি।


টেটোন — উঃ, ভাল মিলি গল দেও কথাটো। ময়ো তাকে কৰোঁ ।
টেটোন — উঃ, ভাল মিলি গল দেও কথাটো। ময়ো তাকে কৰোঁ ।
৪৩ নং শাৰী: ৩৭ নং শাৰী:


টেটোন — এৰা, এতিয়া আৰু পলম কৰাৰ সকাম নাই। ৰাতি ভালেখিনি
টেটোন — এৰা, এতিয়া আৰু পলম কৰাৰ সকাম নাই। ৰাতি ভালেখিনি
হৈছে। উঠিব হে লাগে।

{{gap}}হৈছে। উঠিব হে লাগে।


১ম চোৰ — হয়, উঠিব হে লাগে।
১ম চোৰ — হয়, উঠিব হে লাগে।