পৃষ্ঠা:টেটোন তামুলী.pdf/২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৪ টেটোল-মুলি। ২, চোৰ। পিঠি পাতি) এয়া নহয়। টেটোন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

১৪
২য়, চোৰ — (পিঠি পাতি) এয়া নহয়।
টেটোল-মুলি।

, চোৰ। পিঠি পাতি) এয়া নহয়।
টেটোন।--মাই গুণ দিছে বাপেকে ! ( স্মৃৰ্ত্তিৰে সৈতে বােকোচাত
টেটোন — মন্ত্ৰই গুণ দিছে বাপেকে ! (স্ফূৰ্ত্তিৰে সৈতে বােকোচাত উঠে)।
(টেটোনক বােকোচাত লৈ তিনিওৰৰ প্রস্থান।)
{{gap}}{{gap}}{{gap}}(টেটোনক বােকোচাত লৈ তিনিওৰো প্রস্থান।)
<center>⸺⸺</center>
--- ---

দ্বিতীয় পট,-
<center>{{Xx-larger|'''দ্বিতীয় পট,⸺'''}}</center>
চী গৃহস্থৰ বৰঘৰ।
<center>চহকী গৃহস্থৰ বৰঘৰ।</center>
গৃহস্থ। বৰঘৰৰ দুৱাৰ কেইখন ভালকৈ মৰা হৈছে নে নাই পৰীক্ষা কৰি

গৃহস্থ — (বৰঘৰৰ দুৱাৰ কেইখন ভালকৈ মৰা হৈছে নে নাই পৰীক্ষা কৰি
চায়। বােলে, হৰিণাৰ গাৰ মঙহেই শত্রু। মােৰ ধন-বস্তুববাৰেই
চায়। বােলে, হৰিণাৰ গাৰ মঙহেই শত্রু। মােৰ ধন-বস্তুববাৰেই
কাল হল। এইবােৰ আৰ্জোক্তে যি দুখ পাইছিলোঁ, ৰাখোতে
কাল হল। এইবােৰ আৰ্জ্জোতে যি দুখ পাইছিলোঁ, ৰাখোঁতে
এতিয়া তাৰ ষাঠিগুণ দুখ পাইছে। ই মােৰ শােৱন-খান
এতিয়া তাৰ ষাঠিগুণ দুখ পাইছোঁ। ই মােৰ শােৱন-খান
নাইকিয়া কৰিছে। ৰাতি চিমিলকৈ টোপনি আহিলেও,
নাইকিয়া কৰিছে। ৰাতি চিল্‌মিল্‌কৈ টোপনি আহিলেও,
মেকুৰীনিগনিয়ে অৰলেই কাণ-সাৰ দি শুনি থাকে; বতাহত
মেকুৰী—নিগনিয়ে জেৰজেৰালেই কাণ-সাৰ দি শুনি থাকোঁ; বতাহত
দুৱাৰে কেৰ কেৰালেই উঠি আহি চাওঁ। সিদিনা ধনৰ
দুৱাৰে কেৰ্‌কেৰালেই উঠি আহি চাওঁ। সিদিনা ধনৰ
পেৰাটো চোৰে নিবৰপৰা মােৰ দেহত তৰণি নাই। পিচদিনাই
পেৰাটো চোৰে নিবৰপৰা মােৰ দেহত তৰণি নাই। পিচদিনাই
বাকীখিনি ধন কলহত ভৰাই নিজানে নিজানে নি বাৰীচুকত
বাকীখিনি ধন কলহত ভৰাই নিজানে নিজানে নি বাৰীচুকত
পুতি গুলোগৈ। এই কথা কাকো কোৱা নাই ; সিজনীকে
পুতি থলোঁগৈ। এই কথা কাকো কোৱা নাই ; সিজনীকো
কোৱা নাই। নকওঁ, বাৰ-চালৰৰ কাণ আছে। নােকোৱাকৈ
কোৱা নাই। নকওঁ, বেৰ-চালৰো কাণ আছে। নােকোৱাকৈ
মৰে যদি, ধনগুলৈয়ে পাওক ; তথাপি চোৰৰ বুকুত নিদিওঁ।
মৰোঁ যদি, ধনগুলৈয়ে পাওক ; তথাপি চোৰৰ বুকুত নিদিওঁ।
( দুৱাৰ-ডাংকেইটা আকৌ এবাৰ হেঁচি টানকৈ মাৰি কিমান
(দুৱাৰ-ডাংকেইটা আকৌ এবাৰ হেঁচি টানকৈ মাৰি) কিমান
নাে পৰ, দিম আৰু!
নাে পৰ্‌ দিম আৰু!

শােৰাখোটালীপৰ-আজি ৰাতিৰেতিটো পহৰ দিয়ে থাকিৰ নে?
শােৱাখোটালীপৰা — আজি ৰাতিৰে-ৰাতিটো পহৰা দিয়ে থাকিব নে?
শােৰাপাটীত নপৰোঁ বুলিয়েই লাগিছে নে কি?
শােৱাপাটীত নপৰোঁ বুলিয়েই লাগিছে নে কি?