"পৃষ্ঠা:টেটোন তামুলী.pdf/২৮"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৮০২ টেটোন-মুলি। টেটোন। পপাহাৰীৰ কাষ চাপি) ইয়ে। আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
  +
৮০২
 
 
টেটোন — (পোহাৰীৰ কাষ চাপি) ইয়ে। আমাৰ জাপৰী বাইটী দেখােন।
টেটোন-মুলি।
 
টেটোন। পপাহাৰীৰ কাষ চাপি) ইয়ে। আমাৰ জাপৰী বাইটী দেখােন।
 
 
সঁচা, বাইটি, তুমি মােৰ দুখ নপতিয়ালে কোন পতিয়াব ?
 
সঁচা, বাইটি, তুমি মােৰ দুখ নপতিয়ালে কোন পতিয়াব ?
বাইটি। কলাবােৰ বাৰু নে ? দিয়াচোন এটা খাই চাওঁ। (কল
+
বাইটি ! কলবােৰ বাৰু নে ? দিয়াঁচোন এটা খাই চাওঁ। (কল
ছিঙ্গিবলৈ হাত মেলে।
+
ছিঙ্গিবলৈ হাত মেলে।)
  +
পােহাৰী। হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ বােলে,
+
পােহাৰী — (হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বােলে,
ক'ৰপৰা আহিলি ক’ত দিলি ভৰি, চোতালখন ফাটি গল
+
ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল
চাটু-চাটু কৰি। কিনক নিকিনক ইয়াক এচোন এনেই
+
চাঁট্‌-চাঁট্‌ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই
কল খুৱাই লওঁ। নেদেখিছ। গুচ, গুচ, ইয়াৰপৰা ভালে
+
কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্‌ গুচ্‌ ইয়াৰপৰা ভালে
 
ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও
 
ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও
বহুনি হােৱা নাই।
+
বহনি হােৱা নাই।
  +
টেটোনা-এ, বাইটি, কেটেজেঙে নো মাৰ কিয় অাকৌ? মােলৈ
+
টেটোন — এ, বাইটি, কেটেৰা-জেঙেৰা নো মাৰাঁ কিয় আকৌ? মােলৈ
 
দেখােন তােমাৰ বৰ মৰম ! বাইটি ! পাক এটাকে দি দেখুৱাওঁ
 
দেখােন তােমাৰ বৰ মৰম ! বাইটি ! পাক এটাকে দি দেখুৱাওঁ
দেই, কল এটা দিবা নাম গাই গাই নাচে।
+
দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।)
  +
| খো ।
 
  +
<center>খেম্‌টা</center>
বৰ ভাল পাওঁ তােমাক মই,
 
বৰ ভাল শুনে তােমাৰ ‘'।
+
{{Block center|<poem>বৰ ভাল পাওঁ তােমাক মই,
  +
বৰ ভাল শুনোঁ তােমাৰ ‘হঁই’।
হাটে-বাটে শুনি আৰু
+
{{gap}}{{gap}}{{gap}}হাটে-বাটে শুনি আৰু
তোমাৰেহে হব,
 
  +
{{gap}}{{gap}}{{gap}}তোমাৰেহে হয়-বয়,
বৰ ভাল পাওঁ মই ।
 
  +
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}বৰ ভাল পাওঁ মই ।।</poem>}}
শুনিলা? দিয়া কল এটি এতিয়া বাইটি।
+
শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি।
পােহাৰী। মুখ বিসৰাই) কেনেসন কৰে এই ভেচলীমুৱাটোৱে ! গুচ,
 
  +
এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মনচন
 
  +
পােহাৰী — (মুখ বিদৰাই) কেনেসন কৰে এই ভেচেলীমুৱাটোৱে ! গুচ্‌
 
এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন
 
বেয়া লাগি আছে।
 
বেয়া লাগি আছে।
  +
টেটোন।-বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়া। মিলে, আমি
+
টেটোন — বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়াঁ। দিলে, আমি
হটাও বলে পৰা হব।
+
দহোটাও বলে পৰা হব।
৭,৬৫৩

টা সম্পাদনা