পৃষ্ঠা:টেটোন তামুলী.pdf/২৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৮০২ টেটোন-মুলি। টেটোন। পপাহাৰীৰ কাষ চাপি) ইয়ে। আ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

৮০২
টেটোন — (পোহাৰীৰ কাষ চাপি) ইয়ে। আমাৰ জাপৰী বাইটী দেখােন।
টেটোন-মুলি।
টেটোন। পপাহাৰীৰ কাষ চাপি) ইয়ে। আমাৰ জাপৰী বাইটী দেখােন।
সঁচা, বাইটি, তুমি মােৰ দুখ নপতিয়ালে কোন পতিয়াব ?
সঁচা, বাইটি, তুমি মােৰ দুখ নপতিয়ালে কোন পতিয়াব ?
বাইটি। কলাবােৰ বাৰু নে ? দিয়াচোন এটা খাই চাওঁ। (কল
বাইটি ! কলবােৰ বাৰু নে ? দিয়াঁচোন এটা খাই চাওঁ। (কল
ছিঙ্গিবলৈ হাত মেলে।
ছিঙ্গিবলৈ হাত মেলে।)

পােহাৰী। হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ বােলে,
পােহাৰী — (হাত-মুখ জোকাৰি উঠি) এ-হে! বাৰুটি ঐ! বােলে,
ক'ৰপৰা আহিলি ক’ত দিলি ভৰি, চোতালখন ফাটি গল
ক’ৰপৰা আহিলি ক’ত দিলি ভৰি, চোঁতালখন ফাটি গ’ল
চাটু-চাটু কৰি। কিনক নিকিনক ইয়াক এচোন এনেই
চাঁট্‌-চাঁট্‌ কৰি। কিনক নিকিনক ইয়াক এচোন এনেই
কল খুৱাই লওঁ। নেদেখিছ। গুচ, গুচ, ইয়াৰপৰা ভালে
কল খুৱাই লওঁ। নেদেখিছাঁ। গুচ্‌ গুচ্‌ ইয়াৰপৰা ভালে
ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও
ভালে। মনত বিষাদ লাগি আছে। এতিয়ালৈকে পইচা এটাও
বহুনি হােৱা নাই।
বহনি হােৱা নাই।

টেটোনা-এ, বাইটি, কেটেজেঙে নো মাৰ কিয় অাকৌ? মােলৈ
টেটোন — এ, বাইটি, কেটেৰা-জেঙেৰা নো মাৰাঁ কিয় আকৌ? মােলৈ
দেখােন তােমাৰ বৰ মৰম ! বাইটি ! পাক এটাকে দি দেখুৱাওঁ
দেখােন তােমাৰ বৰ মৰম ! বাইটি ! পাক এটাকে দি দেখুৱাওঁ
দেই, কল এটা দিবা নাম গাই গাই নাচে।
দেই, কল এটা দিবাঁ।⸺ (নাম গাই গাই নাচে।)

| খো ।
<center>খেম্‌টা</center>
বৰ ভাল পাওঁ তােমাক মই,
বৰ ভাল শুনে তােমাৰ ‘'।
{{Block center|<poem>বৰ ভাল পাওঁ তােমাক মই,
বৰ ভাল শুনোঁ তােমাৰ ‘হঁই’।
হাটে-বাটে শুনি আৰু
{{gap}}{{gap}}{{gap}}হাটে-বাটে শুনি আৰু
তোমাৰেহে হব,
{{gap}}{{gap}}{{gap}}তোমাৰেহে হয়-বয়,
বৰ ভাল পাওঁ মই ।
{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}{{gap}}বৰ ভাল পাওঁ মই ।।</poem>}}
শুনিলা? দিয়া কল এটি এতিয়া বাইটি।
শুনিলাঁ? দিয়া কল এটি এতিয়া বাইটি।
পােহাৰী। মুখ বিসৰাই) কেনেসন কৰে এই ভেচলীমুৱাটোৱে ! গুচ,

এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মনচন
পােহাৰী — (মুখ বিদৰাই) কেনেসন কৰে এই ভেচেলীমুৱাটোৱে ! গুচ্‌
এতিয়া ভালে ভালে, নহলে দিম বুঢ়ীমাৰে ভালদৰে। মন-চন
বেয়া লাগি আছে।
বেয়া লাগি আছে।

টেটোন।-বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়া। মিলে, আমি
টেটোন — বাৰু, ভাল দৰে দিব খুইছা যদি চাইটাও দিয়াঁ। দিলে, আমি
হটাও বলে পৰা হব।
দহোটাও বলে পৰা হব।