পৃষ্ঠা:টেটোন তামুলী.pdf/২৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "টেটোন-তালি। পােহাৰী-হেৰ, কটাযােৱা পো, বলো, পইচাটো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

টেটোন-তালি।
পােহাৰী-হেৰ, কটাযােৱা পো, বলো, পইচাটো পেলাবি, কল আমি
পােহাৰীহেৰ, কটাযােৱা পো, বোলোঁ, পইচাটো পেলাবি, কল আষি
লবি, বুকুত গােৰ মাৰি গুচি যাবি; কিহৰ আকৌ এইসন
লবি, বুকুত গােৰ মাৰি গুচি যাবি; কিহৰ আকৌ এইসন
লেবেলা সাদৰ চেলাবলৈ আহিছ ?
লেৰেলা সাদৰ চেলাবলৈ আহিছ ?

টেটোন।বাৰু, তেন্তে তােমাৰ কথাই কথা । (মেতলীৰপৰা পইচ।
টেটোন — বাৰু, তেন্তে তােমাৰ কথাই কথা । (মেৰ্‌-তলীৰপৰা পইচ।
এটা উলিয়াই পাচিলৈ দলি মাৰি দি হে, ল, সেইটো পইচা।
এটা উলিয়াই পাচিলৈ দলি মাৰি দি) হোঁ, ল, সেইটো পইচা।
মােক আৰু এনে নিচলা যেন দেখিছিলি নে ? (পচিৰপৰা কল
মােক আৰু এনে নিচলা যেন দেখিছিলি নে ? (পাচিৰপৰা কল
একাষি তুলি লৈ, পপাহাৰীক বুকুত গােৰ মাৰি চিট খুৱাই পেলাই
একাষি তুলি লৈ, পোহাৰীক বুকুত গােৰ মাৰি চিট্‌ খুৱাই পেলাই
কল খাবলৈ ধৰে}}
কল খাবলৈ ধৰে)।
পােহাৰী। টিকৃচি-বিচি উঠি) ঔ! বন্দী চুৱাসােৱা সেকাৰসােৱা বেটীৰ

ধাৰ সােৱা পাে! তইচোন মোৰে কল সাই মােকে গুৰিয়ার
পােহাৰী — (টিক্‌চি-বিক্‌চি উঠি) ঔ! বন্দী চুৱাসােৱা সেকাৰসােৱা বেটীৰ
বুঢ়ীমাৰে এতিয়াই তােক ৰজাৰ আগত নিদিনগৈ বুলি জানিছ নে?
ধাৰ সােৱা পাে! তইচোন মোৰে কল সাই মােকে গুৰিয়াৱ !
{ বাউলী হৈ টেটোনৰ কঁকালত গামােছ লগায় ।।
বুঢ়ীমাৰে এতিয়াই তােক ৰজাৰ আগত নিদিমগৈ বুলি জানিছ নে?
টেটোন ।--কিন বােলে। কথামতে চলিলে ইহঁতে আকৌ জগৰ হে ধৰে।
( বাউলী হৈ টেটোনৰ কঁকালত গামােছা লগায় ।।
বাৰু, লগাই থাক কেইডাল হয় কঁকালত জৰী। মােক মুঠেই

পেটৰ ওৰটো মাৰি লবলৈ দে । (টেটোনে চোচা মাৰি গৈ
টেটোন কিনো বােলে ঔ। কথামতে চলিলে ইহঁতে আকৌ জগৰ হে ধৰে।
কল-কুঁহিয়াৰ আৰু যি পালে থাই কাষলতি বঙ্গায়; পােহাৰীয়ে
বাৰু, লগাই থাক্‌ কেইডাল হয় কঁকালত জৰী। মােক মুঠেই
ডে-কােপাল পাৰি হয়ঞ্জ-বি৪ লগায় ।
পেটৰ ওজৰটো মাৰি লবলৈ দে । (টেটোনে চোঁচা মাৰি গৈ
কল-কুঁহিয়াৰ আৰু যি পালে থাই কাষলতি বজায়; পােহাৰীয়ে
ডেও-দোপাল পাৰি হায়ঔ-বিঔ লগায় ।)
<center>⸻⸻</center>

<center>{{Xx-larger|'''২য়, অঙ্কপাত ।'''}}</center>
<center>⸻⸻</center>