পৃষ্ঠা:টেটোন তামুলী.pdf/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৮ টেটো-তামুলি। - - হালােৱা-মােক এফেৰি উপকাৰ কৰক দে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

১৮
হালােৱামােক এফেৰি উপকাৰ কৰক দেউতা হে। ঈশ্বৰে হে মিলাইছে
টেটো-তামুলি।
-
-
হালােৱা-মােক এফেৰি উপকাৰ কৰক দেউতা হে। ঈশ্বৰে হে মিলাইছে
আপােনালােকক ইখিনি পৰত।
আপােনালােকক ইখিনি পৰত।

টেটোন।ভাল, আমি সাজু আছে। পূৰৰ উপকাৰ কৰাটি আমাৰ
টেটোন — ভাল, আমি সাজু আছোঁ। পৰৰ উপকাৰ কৰাটি আমাৰ
পিতৃধর্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লওঁ। কি কৰিব
পিতৃধর্ম। বাৰু, বাটতে ধৰম ফেৰি আৰ্জি লওঁ। কি কৰিব
লাগে কোৱা মাখােন।
লাগে কোৱাঁ মাখােন।

হালোৱা।হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকলৈ যােৱা গৰুটো মাৰ
হালোৱা — হে, দেউতা হে, লৰ মাৰি গৈ সৌ বাঘৰ বুকলৈ যােৱা গৰুটো মাৰ
এটা মাৰি ৰাখি দিয়াগৈ দেও হে। আৰু, ইগৰাকীয়ে ইটোলৈ,
এটা মাৰি ৰাখি দিয়াঁগৈ দেও হে। আৰু, ইগৰাকীয়ে ইটোলৈ,
খেদা এটা মাৰ দেউতা হে।
খেদা এটা মাৰাঁ দেউতা হে।
গৃহস্থ।~~-অঃ, সেইটো হব নােৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ

আনিছে । ইয়াক মই এৰি দিব নােৱাঝে ; ই মােৰ হাতত বন্দী।
গৃহস্থ — অঃ, সেইটো হব নােৱাৰে। মই এইটো চোৰ ধৰি ৰজাৰ আগলৈ
টেটোন।-এ, মই বন্দী হে, তুমি যে আকৌ মােৰ লেজুত ধৰা বন্দীৰৰ বন্দী।
আনিছোঁ । ইয়াক মই এৰি দিব নােৱাৰোঁ ; ই মােৰ হাতত বন্দী।
ৰাৰু, তুমি এৰিব নােৱাৰা থাক। তােমাৰ গে ধৰ্মলৈ মতি

নাই। আৰু, মােৰ পেটজনা পুজা নিদি তুমি ঘৰতে পাপ
টেটোন।-এ, মই বন্দী হে, তুমি যে আকৌ মােৰ লেজুত ধৰা বন্দীৰো বন্দী।
বাৰু, তুমি এৰিব নােৱাৰা থাকাঁ। তােমাৰ তো ধৰমলৈ মতি
নাই। আৰু, মােৰ পেটজনাক পুজা নিদি তুমি ঘৰতে পাপ
লগাই আহিছাই। মােৰ হলে পাপলৈ বৰ ভয় দেও। চাওঁ,
লগাই আহিছাই। মােৰ হলে পাপলৈ বৰ ভয় দেও। চাওঁ,
এখা, লৰ মাৰি ধৰম ফেৰা আর্জি অহে। (গৃহস্থৰ হাতৰপৰ
এৰাঁ, লৰ মাৰি ধৰম ফেৰা আর্জি আহোঁ। (গৃহস্থৰ হাতৰপৰ
আলোৰ মাৰি এৰাই আগ বাঢ়ে)।
আজোৰ মাৰি এৰাই আগ বাঢ়ে)।

গৃহস্থ। অবাক্ হৈ ভােৰভােৰাই উঃ কটা, চোৰৰ ধৰমলৈ মতি !
গৃহস্থ — (অবাক্ হৈ ভােৰভােৰাই) উঃ কটা, চোৰৰ ধৰমলৈ মতি !
মই হে অকল ধনতে মজিছে ! বাৰু, ইয়াক যাবলৈ দিও।
মই হে অকল ধনতে মজিছোঁ ! বাৰু, ইয়াক যাবলৈ দিওঁ।
তাৰ পুণ্যৰ এভাগ কিজানি ময়য় পাম । কিয়নাে, মই এৰি দিলে হে
তাৰ পুণ্যৰ এভাগ কিজানি ময়ো পাম । কিয়নাে, মই এৰি দিলে হে
সি যাবলৈ পাব। (ফুটাই। বাৰু যা, নপলাবি আকৌ।
সি যাবলৈ পাব। (ফুটাই) বাৰু যা, নপলাবি আকৌ।
টেটোন।বাৰু, সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম

নলয়। চাই থাক,, এটা লৰত পুণ্য আর্জিমগৈ ; আৰু উলটি
টেটোন — বাৰু, সেইটিলৈ ভয় কৰিব নেলাগে। অমুকাই পলৰীয়া নাম
ইটো লৰত পৰৰ গাত পাপ মহি।।
নলয়। চাই থাকাঁ, এটা লৰত পুণ্য আর্জিমগৈ ; আৰু উলটি
হালােৱ-ৰা, যােয়া দেউতা হে, বেগাই যােৱা। গুণ নহয় তেও ধৰম
ইটো লৰত পৰৰ গাত পাপ থমহি।
| হব। পাতে মই ইটো আগচি আনােগৈ।

হালােৱা — এৰা, যােৱাঁ দেউতা হে, বেগাই যােৱাঁ। গুণ নহয় তেও ধৰম
হব। পাকতে মই ইটো আগচি আনােগৈ।