পৃষ্ঠা:টেটোন তামুলী.pdf/২৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পঞ্চম পট,- হাটৰুৱা বাট। { কল-বেঙেনা,পাণ:তামােলৰ পাে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পঞ্চম পট,-
<center>{{Xxxx-larger|'''পঞ্চম পট,⸺'''}}</center>
হাটৰুৱা বাট।
<center>হাটৰুৱা বাট।</center>
<center>⸻⸻</center>
{ কল-বেঙেনা,পাণ:তামােলৰ পােহাৰ আগত লৈ এজনী পােহাৰী

হাৰী আপােনা-আপুনি) আললু অপচু দিবলৈ বহি ! কোন্ নে
(কল-বেঙেনা,পাণ-তামােলৰ পােহাৰ আগত লৈ এজনী পােহাৰী )
বিজতৰীয়াক দেখি আহিলে ঐ আজি! পইচা এটাবো কিবা

বেছিবলৈ পালোঁহেঁতেন যদি ! কিমান নাে হাটৰুৱাৰাটৰুৱা
হাৰী — (আপােনা-আপুনি) আললু-আপচু দিবলৈ বহি ! কোন্ নো
বিজতৰীয়াক দেখি আহিলো ঐ আজি! পইচা এটাৰো কিবা
বেছিবলৈ পালোঁহেঁতেন যদি ! কিমান নাে হাটৰুৱা-বাটৰুৱা
আগেদিয়েই পাৰ হৈ গলহি, কেৱেচোন ফুটাকড়ি এটাও নেবেহালে!
আগেদিয়েই পাৰ হৈ গলহি, কেৱেচোন ফুটাকড়ি এটাও নেবেহালে!
লােণজেবাকে নো কিনি নিওঁ কিহেৰে আজি ! কিনো কৰিম
লােণজেবাকে নো কিনি নিওঁ কিহেৰে আজি ! কিনো কৰিম
আই, ঘৰত আৰু খাৰণি সকালেগৈ হে হব। তাকে জাননা
আই, ঘৰত আৰু খাৰণি সৰালেগৈ হে হব। তাকো জানো
পাৰোঁতে নকৰোঁ? লৰা-পােৱালিটোৱে আকৌ লােণ নহলে
পাৰোঁতে নকৰোঁ? লৰা-পােৱালিটোৱে আকৌ লােণ নহলে
একোকে মুখত নিদিয়ে নহয় । {মুৰে-কপালে হাত দি ইসকা
একোকে মুখত নিদিয়ে নহয় । (মুৰে-কপালে হাত দি টলকা
মাৰি ৰয়) অ, বাৰু, সৌৱা কোনোবা গােটাদিকে এই বটেই
মাৰি ৰয়) অ, বাৰু, সৌৱা কোনোবা গােটাদিয়েক এই বাটেই
আহিছেচোন ।
আহিছেচোন ।

| (গৃহস্থ, হালােৱা আৰু টেটোনৰ প্ৰৱেশ }
<center>(গৃহস্থ, হালােৱা আৰু টেটোনৰ প্ৰৱেশ)</center>
টেটোনা-অ, ৰবাচোনহঁক। মােৰ আৰু ভৰি নচলাই হল। কাছুটিখনো

তােমালােকৰ বান্ধকেটাই হে ৰাখি থৈছে। বােলো, কল-
টেটোন — অ, ৰবাচোনহঁক। মােৰ আৰু ভৰি নচলাই হল। কাছুটিখনো
কুঁহিয়াৰ যি পােৱ৷ অলপ কিনি-কুটি খুৱাই লােৱাহঁক। নহলে
তােমালােকৰ বান্ধকেটাই হে ৰাখি থৈছে। বােলোঁ, কল-
আৰু মােক কানতকৈ নিলেহে হব। (থপৰাই বহি পৰে ।
কুঁহিয়াৰ যি পােৱা অলপ কিনি-কুটি খুৱাই লােৱাহঁক। নহলে
গৃহস্থ।এ হে ! বাৰুটো অ! চোৰে আকৌ কানত উঠি হে যায় হেননা
আৰু মােক কানতকৈ নিলেহে হব। (খপৰাই বহি পৰে)
টেটোন। পিঠিত উঠি গৈ চোৰ সােমালো, এতিয়া ৰজাৰ আগলৈ

যাওঁতে কানত উঠাটো টান হে পার্লা নে?
গৃহস্থ — এ হে ! বাৰুটো অ! চোৰে আকৌ কানত উঠি হে যায় হেনো!
হালোৱা-হেৰ অধৰনী মেনে মেনে থাক। দ্বিউত জুই ঢালি নলবি দেই

এতিয়া ! চোটৰাই নিম বুলি জনা নাই নে ?
টেটোন — হুঁঃ, পিঠিত উঠি গৈ চোৰ সােমালোঁ, এতিয়া ৰজাৰ আগলৈ
যাওঁতে কানত উঠাটো টান হে পালাঁ নে?

হালোৱাহেৰ অধৰনী মেনে মেনে থাক। ঘিঁউত জুই ঢালি নলবি দেই
এতিয়া ! চোঁচৰাই নিম বুলি জনা নাই নে ?