পৃষ্ঠা:টেটোন তামুলী.pdf/১৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "টানজামলি। সৌৰা নহয়, বাপেকে, চাপিছেহি আমাৰৰ কোনা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

টানজামলি।
সৌৰা নহয়, বাপেকে, চাপিছেহি আমাৰৰ কোনােবা। পিঠিত
⸺সৌৱা নহয়, বাপেকে, চাপিছেহি আমাৰো কোনােবা। পিঠিত
তুলি নি খুৱাবগৈ এতিয়া। (মূৰে-কপালে হাত দি নিটাল
তুলি নি খুৱাবগৈ এতিয়া। (মূৰে-কপালে হাত দি নিটাল
মাৰে ।
মাৰে)

(দুটা চোৰৰ প্ৰৱেশ }
<center>(দুটা চোৰৰ প্ৰৱেশ)</center>
১ম, চোৰ-এ, গৃহস্তে সাৰ পায় বুলিহে কয় । নহলে, মােৰ দৰে উমানত
| বস্তু বাছিব জানে কেইটাই ?
১ম, চোৰ — এঃ, গৃহস্তে সাৰ পায় বুলিহে ভয় । নহলে, মােৰ দৰে উমানত বস্তু বাছিব জানে কেইটাই ?

২য় চোৰ।এৰা, মােৰ হলে দুৱাৰ মেলাতেই গম্ পায় যেন লাগি যায়।
২য়, চোৰ — এৰা, মােৰ হ’লে দুৱাৰ মেলোঁতেই গম্ পায় যেন লাগি যায়।
অ, সিদিনা আকৌ, জানিছ, বৰচাৰপৰা বােহ্মাঠে নামি অহা
অ, সিদিনা আকৌ, জানিছ, বৰচাঙৰপৰা বােন্দাটো নামি অহা
দেখিয়েই মানুহ বুলি বৰ ভয় খালে৷ ককাই! কিনাে কম,
দেখিয়েই মানুহ বুলি বৰ ভয় খালোঁ ককাই! কিনাে কম,
দুদিনলৈকে মােৰ বুকুখনে ধানবনাদি বানি আছিল। সেই হে
দুদিনলৈকে মােৰ বুকুখনে ধানবনাদি বানি আছিল। সেই হে
বােলো, মােক আগ নকৰিবি, বহিৰতে থবি; মুঠেই, ভাৰ লৰ
বােলোঁ, মােক আগ নকৰিবি, বহিৰতে থবি; মুঠেই, ভাৰ লবৰ
বেলিকা মােক বিচাৰিবি।
বেলিকা মােক বিচাৰিবি।

১৪. চোৰ ।--অ, ইয়ালৈকে মতাটো হৈ উপজিছিলি? ওমৰ গােট ইমানটো
১ম, চোৰ অ, ইয়ালৈকে মতাটো হৈ উপজিছিলি? ভয়ৰ গােট ইমানটো
হলে ইমান ডাঙৰ কামলৈ ওলাবই নেলাগে! হে, বুধি জানিলে
হ’লে ইমান ডাঙৰ কামলৈ ওলাবই নেলাগে! হেৰ, বুধি জানিলে
ভয় নাই। শুন, আন একো নেপালে দুৱাৰ-চুকৰ গাঁথিত
ভয় নাই। শুন, আন একো নেপালে দুৱাৰ-চুকৰ গাঁথিত
চালৰ কুটা গুজি লব লাগে তেতিয়া আৰু দুৱাৰে কেৰ
চালৰ কুটা গুজি লব লাগে; তেতিয়া আৰু দুৱাৰে কেৰ্‌
নেকেৰায়। মনত ৰাখিবি।
নেকেৰায়। মনত ৰাখিবি।

২৪, চোৰ।এৰা, এই দৰে বিদাটো শিকাবি আকৌ, তেহে পাৰে
২য়, চোৰ —এৰা, এই দৰে বিদাটো শিকাবি আকৌ, তেহে পাৰোঁ
এতিয়াৰপৰা চাবিচোন তেন্তে। আজি ৰাতিয়েই দেখিবিচোন।
এতিয়াৰপৰা চাবিচোন তেন্তে। আজি ৰাতিয়েই দেখিবিচোন।

১৯ চোৰচা, হয়। মাকৰ পেটতে কোনেও শিকি নাহে। তই বাৰু
১ম, চোৰ — সঁচা, হয়। মাকৰ পেটতে কোনেও শিকি নাহে। তই বাৰু
মােৰ চালত চলিবিচোন, তােক মই মানুহ কৰি হে এৰিম ।
মােৰ চালত চলিবিচোন, তােক মই মানুহ কৰি হে এৰিম ।
নিছয় বুজিবি।
নিছয় বুজিবি।

টেটোন - আপােনা-আপুনি) এৰা, মোৰ মন্ত্ৰফাকিয়ে হাতে-হাতে গুণ
টেটোন (আপােনা-আপুনি) এৰা, মোৰ মন্ত্ৰফাঁকিয়ে হাতে-হাতে গুণ
দিলে। ইহঁতেই মােক দুখত আনৰ কৰাব যেন পাইছে।
দিলে। ইহঁতেই মােক দুখত আনদ কৰাব যেন পাইছোঁ।
এতিয়া ইহঁতৰ লগৰ এটা হৈ লব পাৰিলেই কাম সাধিলো-আন,
এতিয়া ইহঁতৰ লগৰ এটা হৈ লব পাৰিলেই কাম সাধিলোঁ; —আন,