পৃষ্ঠা:টেটোন তামুলী.pdf/১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দ্বিতীয় অঙ্ক। প্রথম পট,-ৰাজ আলি। টেটোন। অকলশৰে ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
দ্বিতীয় অঙ্ক।
<center>{{Xx-larger|}}'''দ্বিতীয় অঙ্ক।'''</center>
প্রথম পট,-ৰাজ আলি।
<center>প্রথম পট,-ৰাজ-আলি।</center>

টেটোন। অকলশৰে বহি অহ, আজি এই পৃথিবীখনেই মােৰ ফুৰা-
টেটোন — (অকলশৰে বহি) অহ, আজি এই পৃথিবীখনেই মােৰ ফুৰা-
চকাৰ ঠাই। গােটেই জগতখনেই মােৰ বন্ধু। জোন, বেলি, তৰা
চকাৰ ঠাই। গােটেই জগতখনেই মােৰ বন্ধু। জোন, বেলি, তৰা
সকলােৱেই মােৰ সুখ-দুখ দেখেত। ইমানত আৰু অমুকাৰ
সকলােৱেই মােৰ সুখ-দুখ দেখোঁতা। ইমানত আৰু অমুকাৰ
ভয় কি ? বােপই বল নাপালেও, অমুক তৰিব পাৰিব পায়
ভয় কি ? বােপাইৰ বল নাপালেও, অমুকা তৰিব পাৰিব পায়
দেখােন। কিন্তু, (অলপ পৰ টলক। মাৰি পেটৰ উমান লৈ)
দেখােন। কিন্তু, (অলপ পৰ টলকা মাৰি পেটৰ উমান লৈ)
ওঁ-হু, গতিক বিষম ! মােৰ ভেটো নজিবগৈ যেন পাইছো।
ওঁ-হুঁ-হুঁ, গতিক বিষম ! মােৰ ভেম্‌টো নৰজিবগৈ যেন পাইছোঁ।
পুৱাৰ পইল যে পেটতে পানী হলেই, বাটত থােৱ আঠীয়।
পুৱাৰ পঁইতা যে পেটতে পানী হলেই, বাটত খোৱা আঠীয়া
কল আষিৰ বল নােপােৱাত পৰিছেগৈ। এতিয়া নাে ক’ত
কল আষিৰো বল নােপােৱাত পৰিছেগৈ। এতিয়া নাে ক’ত
কি পাও, পেটৰ জুইকুৰা কিহেৰে নুমাওঁ! হওঁতে এই পেটাৰিটো
কি পাওঁ, পেটৰ জুইকুৰা কিহেৰে নুমাওঁ! হওঁতে এই পেটাৰিটো
লৈ হে লেঠা, নহলে অমুকাক পায় কোনে? {পেট মােহাৰে}
লৈ হে লেঠা, নহ’লে অমুকাক পায় কোনে? (পেট মােহাৰে)
এৰা, তাহানিৰ ফুল-কোৱঁৰৰ পিতেক নগৰা-জগৰাৰ দশা হে
এৰা, তাহানিৰ ফুল-কোৱঁৰৰ পিতেক নগৰা-জগৰাৰ দশা হে
মিলিছে মােৰা । সিহঁতে দুখত আনদ কৰা শুনি হেনো মেনী মহে
মিলিছে মােৰা । সিহঁতে দুখত আনদ কৰা শুনি হেনো মেনী মহে
গাখীৰ পিয়াইছিল, কুলী হাতীয়ে পিঠিত তুলি লৈ ফুৰিছিল।
গাখীৰ পিয়াইছিল, শুকুলী হাতীয়ে পিঠিত তুলি লৈ ফুৰিছিল।
মােলৈকো তেনে কোনােবা আছে বা ময়ােচান সেই গটকে
মােলৈকো তেনে কোনােবা আছে বা? ময়ােচান সেই গটকে
এবাৰ ধৰি চাওঁ।—কি বুলি ? { অলপ ভাবে) , যি বুলি
এবাৰ ধৰি চাওঁ।—কি বুলি ? (অলপ ভাবে) এঃ, যি বুলি
আহে, মাৰি দিওঁ, বাপেকে, সেই বুলিয়েই -
আহে, মাৰি দিওঁ, বাপেকে, সেই বুলিয়েইঃ⸺

“অ, বােপায়ে খেদিলে দুপৰীয়া ভােকত,
“অ, বােপায়ে খেদিলে দুপৰীয়া ভােকত,
| আই নাছিলে ঘৰত।
আই নাছিলে ঘৰত।
অ, কোন্ ক'ত আছাহঁৰু এই জগতত,
অ, কোন্ কত আছাহঁক এই জগতত,
এমুঠি দিমাহি মুখত।”
এমুঠি দিয়াহি মুখত।”